উত্তৰ-পূব

গুৱাহাটীত হ’বলগীয়া ফিফা ১৭ বছৰ অনূৰ্দ্ধৰ বিশ্বকাপ মহিলা ফুটবলৰ তাৰিখ ঘোষণা

অহা বছৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফিফা ১৭ বছৰ অনূৰ্দ্ধৰ বিশ্বকাপ মহিলা ফুটবলৰ ছখন খেলৰ তাৰিখ ঘোষণা কৰিছে। মঙলবাৰে...

Read moreDetails

স্মাৰ্ট ফোনৰ অভাৱত এজন পোন্ধৰ বছৰীয়া ছাত্ৰৰ আত্মহত্যা

এটা স্মাৰ্ট ফোনৰ অভাৱত অনলাইন পাঠদান আৰু পৰীক্ষাৰ পৰা বঞ্চিত হোৱাৰ বাবে আত্মহত্যাৰ পথ বাচি ললে এজন ১৫ বছৰীয়া মেধাৱী...

Read moreDetails

গলৱান উপত্যকাত বীৰৰ দৰে যুদ্ধ কৰা ভাৰতীয় সেনা বাহিনীৰ জোৱানক সাক্ষাৎ স্থল সেনা প্ৰধানৰ

লাডাখৰ গলৱান উপত্যকাত চীনা সেনাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত সাহসেৰে যুদ্ধ কৰা ভাৰতীয় সেনাবাহিনীৰ জোৱানৰ আলোকচ্চিত্ৰ মঙলবাৰে প্ৰথমবাৰৰ বাবে মুকলি কৰে...

Read moreDetails

৬০০০ অতিক্ৰম অসমত মুঠ ক’ভিড আক্ৰান্তৰ

২০৩গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত মুঠ আক্ৰান্ত মঙলবাৰে ৬০৫৬লৈ বৃদ্ধি পাইছে। দিনটোত ১৯৭গৰাকী ক’ভিড আৰোগ্যক চিকিৎসালয়ৰ পৰা...

Read moreDetails

ধৰ্ষণ: পঞ্চমজন অভিযুক্তক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ

ডিব্ৰুগড় আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে এগৰাকী নাবালিকা ধৰ্ষণত অভিযুক্ত পঞ্চমজন ব্যক্তিক। গ্ৰেপ্তাৰ কৰা লোকজন হৈছে ডিব্ৰুগড় নতুন বস্তি চানমাৰি ঘাটৰ...

Read moreDetails

যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ত কণ্টেইনমেণ্ট জ’ন ঘোষণা, কৰ্মচাৰী ক’ভিড পজিটিভ

এগৰাকী কৰ্মচাৰী ক’ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পিছত যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ৰ এক অংশ মঙলবাৰে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে। “ডি চি...

Read moreDetails

বিশ্বনাথৰ ৫ টা অঞ্চলক কন্টেইনমেন্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ

গুৱাহাটীত ২২ জুন তাৰিখে ক'ভিড-১৯ত আক্ৰান্ত হোৱা বিশ্বনাথ চাৰিআলিৰ বাসিন্দা বিজয় শংকৰ দাসৰ প্ৰাথমিক সংস্পৰ্শলৈ অহা বিশ্বনাথৰ পাঁচটা অঞ্চলক বিশ্বনাথ...

Read moreDetails

ভাৰতীয় ষ্টেট বেংকৰ খানাপাৰা শাখাৰ কৰ্মচাৰী কোভিড-১৯ পজিটিভ; অস্থায়ীৰূপে বন্ধ কৰি দিয়া হ’ল শাখাটো

মেঘালয়ৰ ৰি-ভ'ই জিলাৰ অসম সীমান্তৱৰ্তী ভাৰতীয় ষ্টেট বেংকৰ খানাপাৰা শাখাৰ এগৰাকী কৰ্মচাৰীক ক'ৰ'না পজিটিভ পোৱাৰ পাছতে শাখাটো অস্থায়ী ৰূপে বন্ধ...

Read moreDetails

ক’ভিড-১৯: গুৱাহাটী প্ৰেছ ক্লাবৰ সভাকক্ষ বন্ধ ঘোষণা

ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী প্রেছ ক্লাবে বুধবাৰৰ পৰা অহা ৭ দিনলৈ সকলো কাৰ্যসূচী বাতিল কৰিছে। প্ৰেছ...

Read moreDetails

অৰুণাচল প্ৰদেশত নতুনকৈ ১০ গৰাকী ক’ৰ’না পজিটিভ; মুঠ আক্ৰান্তৰ সংখ্যা ১৫৮ গৰাকীলৈ বৃদ্ধি

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত পুনৰ দহ গৰাকী লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। নতুনকৈ ক'ৰ'না আক্ৰান্ত হোৱা ১০...

Read moreDetails
Page 3341 of 6184 1 … 3,340 3,341 3,342 … 6,184

Stay Connected

Recent News