• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টেলিফোনযোগে মুখ্য মন্ত্ৰীৰ পৰা ৰাজ্যৰ বান, গৰাখহনীয়া, ভূমিস্খলনৰ পৰিস্থিতিৰ বুজ ললে অমিত শ্বাহে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2020 7:50 pm
ফাইল ফটো

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি অসমৰ সাম্প্ৰতিক পৰিস্থিতি, গৰাখহনীয়া আৰু গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন স্থানত হোৱা ভূমিস্ফলনৰ বিষয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে বাৰ্তালাপৰ সময়ত ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন নৈৰ জলপৃষ্ঠ বৃদ্ধি আৰু ইয়াৰ ফলত হোৱা বানপানী, ধাৰাবাহিকভাৱে বৰষুণৰ ফলত হোৱা ভূমিস্খলন, এই দুৰ্যোগসমূহত ক্ষতিগ্ৰস্ত লোকসকলৰ উদ্ধাৰ আৰু সাহায্য অভিযান সম্পৰ্কতো বুজ লয়।

Apply Now

বাৰ্তালাপৰ সময়ত মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বান পৰিস্থিতি মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। ভিডিঅ’ কনফাৰেন্সযোগে বৈঠক অনুষ্ঠিত কৰি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বান পৰিস্থিতি সম্পৰ্কে বুজ লোৱাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰি তোলাৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলিও সোণোৱালে অৱগত কৰে।

সোণোৱালে লগতে জনায় যে সাহায্য শিৱিৰসমূহত প্ৰয়োজনীয় খাদ্য যোগান, গুণগত খাদ্য প্ৰদান, কোভিড-১৯ প্ৰট’কল মানি চলা, চিকিৎসা ব্যৱস্থা পৰ্যাপ্ত কৰি ৰখাৰ বাবেও জিলা প্ৰশাসন সমূহক নিৰ্দেশ দিয়া হৈছে।

আনহাতে, উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে এন ডি আৰ এফ আৰু এছ ডি আৰ এফক নিয়োগ কৰাৰ লগতে প্ৰতিখন জিলাতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ পৰ্যাপ্ত বেটেলিয়ন মজুত কৰি ৰখা হৈছে বুলিও মুখ্য মন্ত্ৰীয়ে গৃহ মন্ত্ৰী শ্বাহক জানিবলৈ দিয়ে।

মুখ্য মন্ত্ৰীৰ প্ৰস্তুতিৰ বৰ্ণনা শুনাৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় আৰু সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।

এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ অসমৰ জনসাধাৰণৰ লগত আছে বুলিও কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে কয়।

অমিত শ্বাহে বানপানী আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

October 12, 2026 9:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd