উত্তৰ-পূব

দ্ৰুত হাৰত ক’ৰ’নাৰ সংক্ৰমণ : আজি ২১ গৰাকী মুখ্য মন্ত্ৰীৰ সৈতে আলোচনা প্ৰধান মন্ত্ৰী মোদীৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰু কাইলৈ অৰ্থাৎ বুধবাৰে ক’ৰ’না ভাইৰাছ প্ৰসংগত মুখ্য মন্ত্ৰী সকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে আলোচনাত...

Read moreDetails

ৰহস্য! উৰিষ্যাৰ প্ৰাক্তন ফুটবলাৰৰ অসমত মৃত্যু; মিজোৰামলৈ প্ৰেৰণ কৰা হ’ল মৃতদেহ

তেল আৰু প্ৰাকৃতিক গেছ আয়োগ (অ’এনজিচি)ৰ প্ৰাক্তন কৰ্মচাৰী তথা উৰিষ্যাৰ এগৰাকী প্ৰাক্তন ফুটবলাৰ নৰেশ অকুলাৰ অসমত হাস্পাতলত চিকিৎসাধীন হৈ থকা...

Read moreDetails

শোক সহ্য কৰিব নোৱাৰিয়েই মৃত্যুক সাৱটিলে সুশান্ত সিং ৰাজপুতৰ বৌৱেকে!

বলীউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই গোটেই দেশতে শোকৰ সৃষ্টি কৰিছে। সুশান্তৰ এনে মৰ্মান্তিক বিদায়ক সহজভাৱে মানি ল’ব...

Read moreDetails

পুনৰ ১৫১জন কোভিড-১৯পজিটিভ চিনাক্ত; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৩০৯ জনলৈ বৃদ্ধি

সোমবাৰে নিশা অসমত আৰু ১৫১জন ব্যক্তিৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰে সৈতে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৪৩০৯জনলৈ বৃদ্ধি পালে। অৱশ্যে,...

Read moreDetails

‘‘কাৰোবাৰ মৃত্যুৰ বাবে প্ৰেয়সী, প্ৰাক্তন প্ৰেয়সী, বন্ধু-বান্ধৱক দোষ দিয়াটো অনুচিত’’; সুশান্তৰ আত্মহত্যাৰ পাছত সোনম কাপুৰৰ মন্তব্য

‘‘কাৰোবাৰ মৃত্যুৰ বাবে প্ৰেয়সীক, প্ৰাক্তন প্ৰেয়সীক, পৰিয়ালক আৰু বন্ধু-বান্ধৱীক দোষ দিয়াটো অপ্ৰয়োজনীয় আৰু……(অশ্লীল শব্দ).’’ বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী সোনম কাপুৰে এনেদৰে...

Read moreDetails

ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ শিৱসাগৰত ধৰ্ণা কাৰ্যসূচী

ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাষ্টট্ৰেক আদালতত বিচাৰ চলায় উচিত শাস্তিৰ দিয়াৰ দাবীত আজি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দল শিৱসাগৰ...

Read moreDetails

ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জড়িত হোৱাৰ আগ্ৰহ প্ৰাক্তন অধিনায়ক মহম্মদ আজাহাৰুদ্দিনৰ

ভাৰতীয় ক্ৰিকেট দলৰ সৈতে কাম কৰাৰ বাবে আগ্ৰহী বুলি নিজৰ মত প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজাহাৰুদ্দিনে।...

Read moreDetails

২০২০ বৰ্ষৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে ধিং এক্সপ্ৰেছ হিমা দাসৰ নাম মনোনীত অসম চৰকাৰৰ

অসম তথা ভাৰতৰ তাৰকাৰ দৌৰবিদ ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসৰ নাম অসম চৰকাৰে ২০২০ বৰ্ষৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে...

Read moreDetails

আজিৰ দিনটোত বৰ্তমানলৈ ক’ৰ’না মুক্ত ২৪৫ গৰাকী; ৰাজ্যত আৰোগ্য লাভৰ হাৰ ৫৩ শতাংশলৈ বৃদ্ধি

ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ সময়তে পুনৰ ৰাজ্যবাসীক সুখবৰ দিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিছু সময় পূৰ্বে অসমৰ বিভিন্ন চিকিৎসালয়ৰ...

Read moreDetails

গোলাঘাটৰ এগৰাকী আৰক্ষী বিষয়াই পলুৱাই নিলে পৰস্ত্ৰী

আনৰ জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰ দায়িত্ব লোৱা আৰক্ষীয়ে বেলেগৰ পত্নীক পলুৱাই নি গোচৰৰ সন্মুখীন হোৱা ঘটনাই গোলাঘাটত বিশেষ চর্চা লাভ...

Read moreDetails
Page 3369 of 6185 1 … 3,368 3,369 3,370 … 6,185

Stay Connected

Recent News