DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অপৰিষ্কাৰ পানী যোগান ধৰি অহাৰ প্ৰতিবাদত মৰিয়নীত ছাত্ৰ সন্থাৰ পথ অৱৰোধ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 20, 2020 4:44 pm
926
VIEWS
Share on FacebookShare on Twitter

ফিল্টাৰ নকৰা অপৰিষ্কাৰ আৰু বোকাময় পানী যোগান ধৰি অহাৰ প্ৰতিবাদত আজি যোৰহাট জিলাৰ মৰিয়নী নগৰ পানী যোগান আঁচনিৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাইজৰ অভিযোগ গ্ৰাহকৰ পৰা নিয়মিতভাৱে মাচুল আদায় কৰি অহাৰ পিছতো পানী যোগান কেন্দ্ৰই ৰাইজক পৰিষ্কাৰ পানী যোগান ধৰা নাই।

ইয়াৰে প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ মৰিয়নী আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয় ৰাইজে ঐতিহাসিক ধোদৰআলী অৱৰোধ কৰে।

জানিব পৰা মতে গ্ৰাহকে বহুবাৰ আপত্তি কৰি আহিছে যদিও বিভাগে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই।

প্ৰতিবাদকাৰী সকলে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী  মূৰ্দাবাদ, লোকসভাৰ সাংসদ তপন গগৈ মূৰ্দাবাদ, জনস্বাস্থ্য কল্যাণ মন্ত্ৰী মূৰ্দাবাদ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

অৱশেষত মৰিয়নীৰ চক্ৰ বিষয়াৰ উপস্থিতিত পথ অৱৰোধ উঠাই লোৱা হয় আৰু অতি কম দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰা হয়।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd