DMCA.com Protection Status

উত্তৰ-পূব

শুভমন গীলকে ধৰি ইণ্ডিয়া ব্লুৰ খেলুৱৈক ট্ৰেইন কৰিব অসমৰ নিশান্ত বৰদলৈয়ে

বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত ১৭ আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া দুলীপ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ ল’বলগীয়া ইণ্ডিয়া ব্লু দলত ট্ৰেইনাৰ হিচাপে...

Read more

মণিপুৰত ৰহিংগিয়া মুছলমানৰ উপস্থিতিক লৈ উদ্বেগ মুখ্য মন্ত্ৰী বীৰেন সিঙৰ

মণিপুৰত ৰহিংগিয়া মুছলমান লোকৰ উপস্থিতিৰ বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে। মঙলবাৰে ইম্ফলত এখন জনসভাত...

Read more

গুগলত কেতিয়াও এই পাঁচটা বিষয় চাৰ্ছ নকৰিব অন্যথা যাবলগা হ’বপাৰে জেইললৈ!

গুগলৰ নাম শুনাৰ লগে লগে প্ৰতিগৰাকী ব্যক্তিৰ মনলৈ অহা স্বাভাৱিক প্ৰশ্নটো হ’ল গুগলৰ সংস্পৰ্ষলৈ অহাৰ লগে লগে আমি যি বিষয়ত...

Read more

স্বাধীনতা দিৱসত চহিদ ভাস্কৰ কলিতালৈ আৰক্ষীৰ সাহসিকতা বঁটা

অসম আৰক্ষীৰ বীৰ জোৱান তথা উপ পৰিদৰ্শক ভাস্কৰ কলিতাক মৰণোত্তৰভাৱে ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে  আৰক্ষী সাহসিকতা বঁটা প্ৰদান কৰা হ’ব।...

Read more

নামতিৰ মৰেল পুলিচিঙৰ ঘটনাৰ সংক্ৰান্তত তিনিজনক আটক

ৰাজ্য কপোৱা শিৱসাগৰ জিলাৰ নামতিৰ মৰেল পুলিচিঙৰ ঘটনা সন্দৰ্ভত কালি অৰ্থাৎ মঙলবাৰে ৰাতি নামতি আৰক্ষীয়ে তিনিজন ব্যক্তিক আটক কৰে। আৰক্ষীয়ে...

Read more

চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছত ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত গৃহমন্ত্ৰীৰে বৈঠক সোণোৱালৰ

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পাছত হ’ব পৰা...

Read more

পুৰণিগুদামৰ পুতনিত আৰক্ষীৰ জুৱা খেল বিৰোধী অভিযান

নগাঁৱৰ পুৰণিগুদামত মঙলবাৰে নিশা আৰক্ষীয়ে এক জুৱা খেল বিৰোধী অভিযান চলায়। পৱিত্ৰ ঈদৰ অচিলা লৈ পুৰণিগুদামৰ নিকটৱৰ্তি পুতনি গাঁৱত হোৱা...

Read more

তিনি বছৰ পুৰণি ফেইচবুক পোষ্টৰ ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষিকা ছাত্ৰীৰ বিৰুদ্ধে অনুসন্ধান মহানগৰ আৰক্ষীৰ

এটা তিনি বছৰ পুৰণি ব্যক্ৰোক্তিমূলক ফেইচবুক পোষ্টৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষিকা ছাত্ৰীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ অনুসন্ধান চলোৱা বুলি...

Read more
Page 3391 of 5337 1 3,390 3,391 3,392 5,337

Recent News