• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লাডাখৰ ভাৰত-চীন সীমান্তৰ পৰিস্থিতিৰ সম্পৰ্কত কি ক’লে স্থলসেনা প্ৰধান জেঃ মনোজ মুকন্দই?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2020 8:04 pm
image.jpg90
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখৰ ভাৰত-চীন সীমান্তৰ সংঘাত নিৰসনৰ বাবে যোৱা শনিবাৰৰ পৰা ভাৰত আৰু চীনা সৈন্যৰ মাজত অবিৰত বৈঠক চলি থকাৰ সময়তে ভাৰতী স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নৰবনে সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি মন্তব্য কৰিছে।

স্থলসেনা প্ৰধান গৰাকীৰ মতে কামাণ্ডাৰ পৰ্যায়ৰ মাজত অব্যাহত থকা বৈঠকত ভাৰত আৰু চীন দুই দেশেই বিবদমান ঠাইৰ পৰা সেনা প্ৰত্যাহাৰ কৰিছে।

Apply Now

সীমান্তত দুই পক্ষৰ মাজত সৃষ্টি হোৱা বিবাদ ফলপ্ৰসূভাৱে সমাধান হ’ব বুলি আশা প্ৰকাশ কৰিছে স্থলসেনা প্ৰধান নৰবনে।

মে’ মাহৰ প্ৰথমভাগৰ পৰাই উত্তৰ ছিকিমৰ পৰা লাডাখলৈকে চীনা সৈন্যই নিয়ন্ত্ৰণ ৰেখা(এ অ’ চি)ৰ উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ভাৰতীয় সেনাই।

ইয়াৰ পিছতে গালোৱান উপত্যকা, পাংগংসহ একাধিক অঞ্চলত ভাৰত আৰু চীনে সেনা সমাৱেশ কৰাৰ ফলত সীমান্তৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে।

কিন্তু এতিয়া ভাৰতীয় সেনাৰ তৰফৰ পৰা লাডাখ সীমান্তৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হৈ আহিছে বুলি দাবী কৰি অহা হৈছে।

স্থলসেনা প্ৰধানগৰাকীয়ে সংবাদ প্ৰতিষ্ঠান এন আই এ-ক কয়, ‘মই সকলোকে আশ্বস্ত কৰিছো, চীনৰ সৈতে সীমান্তৰ পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। ধাৰাবাহিকভাৱে আমাৰ আলোচনা চলিছে। দুয়োপক্ষৰ ক’ৰ-কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক আৰম্ভ হৈছিল আৰু কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক আগুৱাই নিয়া হৈছে।’

সেনা প্ৰধানগৰাকীয়ে আৰু কয়, ‘এই বৈঠকৰ সিদ্ধান্ত মৰ্মে দুই দেশে বহু সৈন্য ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে। আমি আশাবাদী, আলোচনাৰ মাধ্যমেৰে আমাৰ (ভাৰত-চীন) মাজত সৃষ্টি হোৱা সমস্ত মতভেদ দূৰ কৰিব পাৰিম।’

উল্লেখ্য যে শুকুৰবাৰে ভাৰত আৰু চীনৰ মাজত পঞ্চম লানি মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠক হৈ যায়।

চীন সীমান্তৱৰ্তী পূৱ লাডাখৰ বৰ্তমানৰ পৰিস্থিতিৰ সম্পৰ্কে ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক জনোৱা হৈছে বুলি জনাইছে স্থলসেনা প্ৰধান নৰবনে।

সংবাদ প্ৰতিষ্ঠান এন আই এ-ৰ এক সূত্ৰৰ মতে দুই দেশৰ এই বিবাদ আলোচনাৰ দ্বাৰাই সমাধান কৰাতো বিচাৰিছে নতুন দিল্লীয়ে।

খবৰ অনুসৰি চীন সৈন্যৰ এটা বিশাল বাহিনী ইতিমধ্যে তিনি কিলোমিটাৰ পিছুৱাই গৈছে আৰু ভাৰতেও চীনক দেখুৱাই কিছু সেনা সীমান্তৰ পৰা প্ৰত্যাহাৰ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm
চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd