• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ন্যায্য প্ৰাপ্তিৰ দাবীত শ্ৰমিকে ঘেৰাও কৰিলে বোকাখাতৰ মেথনি চাহ বাগিচা পৰিচালকৰ কাৰ্য্যালয়

উত্তম শইকীয়া by উত্তম শইকীয়া
June 13, 2020 7:03 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰমিকৰ প্ৰাপ্য মজুৰীৰ দাবীত বোকাখাতৰ মেথনি চাহ বাগিচাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত বাগিচাখনৰ শ্ৰমিকে আহি ঘেৰাও কৰে পৰিচালকৰ কাৰ্য্যালয়।

দীৰ্ঘ সময় ধৰি মেথনি চাহ বাগিচাৰ শ্ৰমিকসকলে নিজৰ প্ৰাপ্য মজুৰি সময় মতে নোপোৱাৰ উপৰিও বাগিচা শ্ৰম আইন মতে পাব লগা বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে।

Apply Now

পৰিস্থিতি কিছু পৰিমানে উত্তপ্ত হৈ পৰাত বোকাখাতৰ মহকুমা প্ৰশাসনে ঘটনাস্থলীত আৰক্ষী মোতায়েন কৰিবলৈ বাধ্য হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মহকুমা দণ্ডাধীশ মানস জ্যোতি নাথ উপস্থিত হয়।

শ্ৰমিকসকলে জনোৱা মতে বাগিচাখনৰ পৰিচালকজনে দীৰ্ঘদিন ধৰি শ্ৰমিকসকলৰ ওপৰত হিটলাৰী শাসন চলাই অহাৰ লগতে বিভিন্ন উজুহাতত তেওঁলোকক প্রাপ্য মজুৰি আৰু বাগিচা শ্ৰম আইন মতে পাব লগা সা-সুবিধাৰ পৰাও বঞ্চিত কৰি আহিছে।

ইয়াৰ প্ৰতিবাদত বাগিচাৰ শ্ৰমিকসকলে পৰিচালকজনৰ কাৰ্যালয় ঘেৰাও কৰি নায্য প্ৰাপ্তিৰ দাবী জনায়।

পৰৱৰ্তী সময়ত মহকুমা দণ্ডাধীশৰ উপস্থিতিত অহা ১৫ জুনত বাগিচাৰ শ্ৰমিক সংগঠন, চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনৰ উপস্থিতিত বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত বাগিচাৰ কৰ্তৃপক্ষৰ এক আলোচনা অনুষ্ঠিত কৰাৰ সিধান্তৰে আজি পৰিচালকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী বাতিল কৰা হয় ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd