উত্তৰ-পূব

ৰাষ্ট্ৰীয় স্মৃতি স্থলতে স্থাপন হ’ব মনমোহন সিঙৰ স্মৃতিসৌধ; অনুমতি দিলে পৰিয়ালে

দিল্লীৰ ৰাজঘাটৰ সমীপৰ ৰাষ্ট্ৰীয় স্মৃতি স্থলত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ স্মৃতিসৌধ নিৰ্মাণ কৰা হ’ব। ৯০০ বৰ্গমিটাৰ এলেকাত নিৰ্মাণ...

Read moreDetails

মাৰ্চত মাত্ৰ ১৫ দিনৰ ব্যৱধানত চন্দ্ৰ আৰু সূৰ্যগ্ৰহণ; কেতিয়া দেখা পাব এই বিৰল দৃশ্য?

চলিত মাৰ্চ মাহতে সমগ্ৰ বিশ্বতে দুটা মহাজাগতিক পৰিঘটনা সংঘটিত হ’ব — এটা চন্দ্ৰগ্ৰহণ আৰু এটা সূৰ্যগ্ৰহণ। মাত্ৰ ১৫ দিনৰ ব্যৱধানত...

Read moreDetails

ৰাষ্ট্ৰ সংঘৰ মানৱ অধিকাৰ আয়োগে কি ভুল কথা ক’লে?

যোৱা তিনি মাৰ্চৰ দিনা ৰাষ্ট্ৰ সংঘৰ মানৱ অধিকাৰ আয়োগৰ মুৰব্বী ভল্কাৰ ট্ৰাৰ্কে সমগ্ৰ বিশ্বতে মানৱ অধিকাৰৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে কৰা...

Read moreDetails

উৎক্ষেপণৰ পিছতে ষ্টাৰশ্বিপৰ নিয়ন্ত্ৰণ হেৰুৱালে ইলন মাস্কৰ স্পেচএক্সে; বিস্ফোৰণত ধ্বংস মহাকাশযান

উৎক্ষেপণৰ কিছু মুহূৰ্তৰ পিছতে ষ্টাৰশ্বিপৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় ইলন মাস্কৰ স্পেচএক্সে। স্পেচএক্সে এই ৰকেট উৎক্ষেপণৰ লাইভ ষ্ট্ৰীমিং কৰিছিল। ইয়াত...

Read moreDetails

আজি ঘোষণা কৰা হ’ব ADR পৰীক্ষাৰ ফলাফল : ক’ত কেনেদৰে চাব পাৰিব ফলাফল?

ৰাজ্যিক নিযুক্তি আয়োগে অহা আজি তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অনুষ্ঠিত হোৱা অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা...

Read moreDetails

মণিপুৰত উদ্ধাৰ হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ বিস্ফোৰক! ধ্বংস কৰিলে ৰাজ্যিক আৰক্ষীয়ে

মণিপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে মণিপুৰৰ ইম্ফল পশ্চিমৰ গেম ভিলেজৰ ডাম্পিং ছাইটত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ মুঠ ২৭টা বোমা, বিস্ফোৰক, আৰু অন্যান্য যুদ্ধ...

Read moreDetails

নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ দাবী আপৰ

অসমৰ সৈতে চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আম আদমী পাৰ্টিয়ে। নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত চুবুৰীয়া ৰাজ্য নাগালেণ্ড,...

Read moreDetails

ৰাছিয়াৰ পৰা গুৱাহাটীলৈ ৯ হাজাৰ কিলোমিটাৰ যাত্ৰা, পেৰা চাইকেল আৰোহী ৰাকেশ বণিকৰ

বিশেষভাৱে সক্ষম চাইকেল আৰোহী ৰাকেশ বণিক  এপ্ৰিল মাহত ৰাছিয়াৰ মস্কোৰ পৰা গুৱাহাটীলৈ ৯০০০ কিলোমিটাৰ একক যাত্ৰাৰ পৰিকল্পনা কৰিছে। ভাৰতীয় পেৰা...

Read moreDetails

বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণত ব্যৰ্থ অসম! ভুল প্ৰমাণ হোৱাৰ দিশে হিমন্তৰ ‘শ্ৰেষ্ঠ ৰাজ্য’ৰ দাবী

চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টৰ (চি এছ ই) শেহতীয়া ষ্টেট অৱ ষ্টেটছ ৰিপ’ৰ্ট অনুসৰি ৪২% মূল্যায়িত সূচকত লক্ষ্যৰ আধাও পূৰণ...

Read moreDetails

বজালীৰ প্ৰস্তাৱিত উৰণীয়া সেতু নিৰ্মাণত অনিয়মৰ অভিযোগ

বজালীত প্ৰস্তাৱিত উৰণীয়া সেতু নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত বৃহৎ অনিয়মকলৈ  জনসাধাৰণে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিষয়াসকলে ভূমি জোখ-মাখৰ লগত...

Read moreDetails
Page 525 of 6134 1 524 525 526 6,134

Stay Connected

Recent News