উত্তৰ-পূব

ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ ৰোলবলৰ আৰম্ভণিৰ দিনাই উজ্জ্বীৱিত প্ৰদৰ্শন অসমৰ

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ ৰোলবল চেম্পিয়নশ্বিপ। গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই...

Read moreDetails

পৃথক কমতাপুৰ-জনজাতিকৰণৰ দাবীত পুনৰ উত্তাল নামনি অসমৰ বিভিন্ন অঞ্চল

পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ দাবীত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি ৰাতিপুৱা ৫ বজাৰ...

Read moreDetails

প্ৰস্তুতি সম্পূৰ্ণ : ৩০ জুলাইত প্ৰকাশ পাব এনআৰচিৰ পূৰ্ণাংগ খচৰা

উচ্চতম ন্যায়ালয়ৰ নিৰ্ধাৰিত সময়ত চূড়ান্ত খচৰা প্ৰকাশ কৰিবলৈ এনআৰচি কৰ্তৃপক্ষ সাজু হৈছে। বিভিন্ন চক্ৰই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম-কাজত বাধাৰ সৃষ্টি কৰিবলৈ...

Read moreDetails

ৰহা টোলগেট মুকলি কৰাৰ বিৰুদ্ধে ২২ জুলাইত কৃষক মুক্তি-যুৱ ছাত্ৰৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী

নগাঁৱৰ ৰাষ্টীয় ঘাই পথৰ কাম সম্পূৰ্ণ নোহোৱাকৈ ৰহা টোলগেট আৰম্ভ কৰা চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে।...

Read moreDetails

পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ পৰীক্ষাৰ ফলাফল ঘোষণাত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ বাবে অলপতে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণাত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।  অধিবক্তা...

Read moreDetails

৯ বছৰত ৪৫ বাৰ নামিল আন্দোলনত, তথাপি দৰমহা বৃদ্ধি নহ’ল চৰকাৰী বিদ্যালয়ৰ ৰান্ধনিৰ

মধ্যাহ্ন ভোজন ৰান্ধনিৰ লগতে সহায়িকাসকলে দৰমহা বৃদ্ধিৰ দাবীত বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা ৪৫বাৰকৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও বৰ্তমানলৈকেতেওঁলোকৰ দাবীসমূহ পূৰণ কৰা নকৰাৰ বাবেই তেওঁলোকে আজি পুনৰ গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে। সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি/সহায়িকা সন্থাৰ সম্পাদিকা জাহানাৰা...

Read moreDetails

জাগুনত এ কে ৪৭ ৰাইফল, পিস্তলসহ এন ডি এফ বি(স)ৰ ৩জন দুৰ্ধৰ্ষ কেডাৰ আটক

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুনৰ নাগাডুবি ৱাৰা বস্তিৰ পৰা বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত জাগুন আৰক্ষী আৰু ১৩ নং...

Read moreDetails

গুৱাহাটীত নাথাকিব বিপদজনক অট্টালিকা : ছীল কৰিবলৈ সাজু পৌৰনিগম

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ বিপদসংকুল অট্টালিকাসমূহ পৌৰ নিগমে ছীল কৰাৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সদৰী কৰে। ইতিমধ্যে...

Read moreDetails

বিশ্বনাথত বিনামূলীয়া যোগ শিবিৰৰ সফল সামৰণি

বিশ্বনাথ জিলা শৰীৰ চৰ্চা সন্থাৰ সৌজন্যত সভাপতি দিলীপ বৰা দেৱ আৰু সম্পাদক নিত্য শৰ্মা দেৱৰ তত্বাৱধানত বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাৰ...

Read moreDetails
Page 5364 of 6193 1 … 5,363 5,364 5,365 … 6,193

Stay Connected

Recent News