হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকাৰ মাজতে পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা। পৰীক্ষা চলি থকাৰ মাজতে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে মহানগৰৰীৰ...
Read moreDetailsঅসম লোকসেৱা আয়োগৰ নিযুক্তি খেলিমেলি সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদনক আদৰণি জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। প্ৰদেশ কংগ্ৰেছৰ...
Read moreDetailsআজি দেওপাহাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ সমীপতে থকা কালিয়নী বনাঞ্চলত অৱস্থিত অসম আৰক্ষীৰ ফায়াৰিং ৰেঞ্জ স্থানান্তৰৰ দাবীৰে গোলাঘাট জিলাৰ আয়ুক্ত পুলক...
Read moreDetailsঅসমৰ এক গুৰুত্বপূৰ্ণ জাতীয় সংগঠন টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ নাজিৰা জিলা শাখাই। টাইপাৰ...
Read moreDetailsISI এজেণ্টৰ দৰে ভাৰতবিৰোধী কাম অব্যাহত ৰখাৰ অভিযোগ থকা তথা পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ গোচৰ সন্দৰ্ভত SIT গঠন কৰা...
Read moreDetailsAPSC কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ।...
Read moreDetailsযোৱা ১৮ ফেব্ৰুৱাৰী মঙলবাৰে গুৱাহাটীৰ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথক মুখ্যমন্ত্ৰীৰ ভিজিলেন্স চেলে গ্ৰেপ্তাৰ কৰে। একাধিক...
Read moreDetailsপ্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। গংগা, যমুনা আৰু অন্তঃসলিলা সৰস্বতীৰ পানীত মানুহে পবিত্ৰ ডুব দিছে। কিন্তু প্ৰয়াগৰাজৰ গংগাজল গা ধোৱাৰ...
Read moreDetailsআমেৰিকা প্ৰশাসনে আক্ৰমণাত্মকভাৱে অবৈধ অনুপ্ৰৱেশকাৰীক দেশখনৰ বিতাড়িত কৰিছে। এতিয়ালৈকে আমেৰিকাৰ পৰা তিনিখন বিমানেৰে উভতি আহিছে তিনি শতাধিক ভাৰতীয়। খবৰ অনুসৰি...
Read moreDetailsসোমবাৰে নিশা প্ৰায় ১০ বজাত গুৱাহাটীৰ দাঁতিকাষৰীয়া সোণাপুৰত স্থানীয় লোকে ছত্তীশগড়ৰ পঞ্জীয়ন নম্বৰ থকা এখন ট্ৰাকত তিনিটা হিমালয়ৰ ক’লা ভালুক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd