উত্তৰ-পূব

মেঘালয়ৰ শাসনাধিষ্ঠিত মৰ্চাৰ অংশীদাৰ দুজন বিধায়কে গঠন কৰিলে নতুন মৰ্চা

মেঘালয়ৰ ৰাজনীতিত এটা নতুন মোৰ দি শাসনাধিষ্ঠিত মৰ্চা মেঘালয় ডেম’ক্ৰেটিক এলায়েন্সৰ অংশীদাৰ হৈ থকা দুজন বিধায়কে আজি এটা নতুন মৰ্চা...

Read moreDetails

নগাঁৱৰ অপহৃত কিশোৰীক মায়াঙৰ পৰা উদ্ধাৰ আৰক্ষীৰ : এজনক আটক

ৰাজ্যখনত প্ৰায়ে নাৰীজনিত অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পাই অহাৰ লগতে নগাঁও জিলাত অন্য জিলাৰ তুলনাত এই নাৰী জনিত অপৰাধৰ সংখ্যা বেছি।...

Read moreDetails

হিন্দু কলেজৰ প্ৰাক্তন ছাত্ৰৰ সম্বৰ্থনা মুখ্য মন্ত্ৰী খান্দুকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিক

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খান্দুক হিন্দু কলেজৰ প্ৰাক্তন ছাত্ৰৰ  দ্বৰা  জনসেৱাৰ বাবে বিশিষ্ট এলুম্‌নি বঁটা প্ৰদান কৰা হয়। আইনৰ ক্ষেত্ৰত...

Read moreDetails

পথ মেৰামতিৰ দাবীত চিৰাঙৰ পালেংবাৰীত পথৰ ওপৰতেই জালেৰে মাছ মাৰি প্ৰতিবাদ

আজি পুৱা ১১ বজাৰ পৰা চিৰাং জিলাৰ পালেংবাৰীত সদৌ বড়োভূমি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এ বি এমছু'ৰ বিজনী আৰু মোনাকোষা...

Read moreDetails

যোৰহাট আৰু বিশ্বনাথত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত অঃ জাঃ যুঃ ছাঃ পঃৰ অৱস্থান ধৰ্মঘট

সোমবাৰে ৰাজ্যখনৰ বিভিন্ন ঠাইত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাৰ সমান্তৰালকৈ আজি যোৰহাট আৰু বিশ্বনাথতো...

Read moreDetails

বিভিন্ন কার্সূচীৰে বৰপেটা জিলাত পথ সুৰক্ষা সপ্তাহ আৰম্ভ

পথ সুৰক্ষা সপ্তাহৰ সৈতে সংগতি ৰাখি বৰপেটা জিলাৰ বিভিন্ন স্থানৰ লগতে পাঠশালাটো ২৯ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ আৰম্ভ কৰা...

Read moreDetails

ডিব্ৰুগড়ত অনুজ্ঞাপত্ৰহীন পিষ্টল উদ্ধাৰ; দুজনক আটক

ডিব্ৰুগড় ৰে'লৱেই ষ্টেইশ্যনৰ সমীপৰ বাণীপুৰত আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা দলে এজন লোকৰ পৰা বিদেশত নিৰ্মিত এটা অনুজ্ঞাপত্ৰহীন পিষ্টল আৰু...

Read moreDetails

এছিয়ান মিশ্যন ইনষ্টিটিউটৰ উদ্যোগত জালাহত প্ৰতিৱেশী যুৱ সংসদ অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু বৰপেটাৰ অন্যতম সামাজিক অনুষ্ঠান এছিয়ান মিশ্যন ইনষ্টিটিউটৰ সহযোগত জালাহত আজি প্ৰতিবেশী যুৱ...

Read moreDetails

গণশিল্পী ভূপেন হাজৰিকাৰ টালিগঞ্জত থকা বাসগৃহ সংৰক্ষণৰ ব্যৱস্থা কৰিব চৰকাৰে : মুখ্য মন্ত্ৰী

'গণশিল্পী ভূপেন হাজৰিকাৰ টালিগঞ্জত থকা বাসগৃহ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ সমাজ জীৱনলৈ এই গৰাকী মহান শিল্পীয়ে...

Read moreDetails

বৰপেটাত ভুৱা সংযোগী নথিৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ চেষ্টা : তিনিজনক আটক

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্য্যায় অব্যাহত থকাৰ মাজতে আজি বৰপেটাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সংযোগী নথি জালিয়াতিৰ অভিযোগত আৰক্ষীৰ হাতত আটক...

Read moreDetails
Page 5717 of 6193 1 … 5,716 5,717 5,718 … 6,193

Stay Connected

Recent News