উত্তৰ-পূব

নৰ্থ-ইষ্ট নাও এক্সুচিভ: চি পি এমৰ সাধাৰণ সম্পাদক হোৱাৰ পথত মাণিক চৰকাৰ

যোৱা মাহত অনুষ্ঠিত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিবলগীয়া হলেও পৰিচ্চন্ন ব্যক্তিগত আৰু ৰাজনৈতিক জীৱনেৰে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এক বিৰল ...

Read moreDetails

ৰাজ্যত নাগৰিকত্ব বিধেয়কৰ সৰ্বাত্মক বিৰোধিতা; অমিত শ্বাহক লগ কৰিবলৈ দিল্লীত মুখ্য মন্ত্ৰী সোণোৱাল

অসমৰ প্ৰায় সকলো দল-সংগঠনে বিৰোধিতা কৰা বিতৰ্কিত নাগৰিকত্ব সংশোধন বিধেয়ক ২০১৬ ( Citizenship Amendment Bill )ক লৈ ৰাজ্যত উদ্ভৱ হোৱা...

Read moreDetails

গোৱালপাৰা ছায়েন্স একাডেমিৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িতক শাস্তি প্ৰদানৰ দাবীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

গোৱালপাৰাৰ ছায়েন্স একাডেমিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামিল শ শ ছাত্ৰ-ছাত্ৰী। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত জড়িত...

Read moreDetails

ভাৰতীয় তেল নিগমে অসমত আয়োজন কৰিব ‘এল পি জি পঞ্চায়ত’

অসমত নতুন এলপিজি সংযোগ নিশ্চিত কৰাৰ লগতে ইয়াৰ ব্যৱহাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে ভাৰতীয় তেল নিগম (আই অ’ চি)...

Read moreDetails

অৰুণাচল প্ৰদেশত শীঘ্ৰে মুকলি হ’ব ৪ খন নতুন ষ্টেডিয়াম

অৰুণাচল প্ৰদেশৰ ক্ৰীড়া ক্ষেত্ৰত এক উল্লেখযোগ্য সংযোজন ঘটাই শীঘ্ৰে ৰাজ্যখনত চাৰিখনকৈ নতুন আউটড'ৰ ষ্টেডিয়াম নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পথত। নগৰ...

Read moreDetails

অসমীয়া চিকিৎসকৰ প্ৰচেষ্টাত মৃত্যুৰ পিছতো চাৰিজনক জীৱনদান দিয়া যুৱকজনৰ কথাৰে…

মৃত্যুৰ পিছতো ৪ জনকৈ ৰোগাক্ৰান্ত লোকক জীৱন দান কৰিলে দিল্লীৰ এজন যুৱকে। আনহাতে দিল্লীৰ এপল’ হাস্পতালত ক্ষিপ্ৰতাৰে সম্পন্ন এই চিকিৎসা...

Read moreDetails

সত্ৰপীঠ মাজুলীত সুৰাৰ ঘাটি উচ্ছেদ; বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

অবৈধ সুৰাৰ অবাধ স্থলিলৈ ৰূপান্তৰ হৈছে সত্ৰপীঠ মাজুলী। পুৱা গধুলি চৈধ্য প্ৰসংগ, নাম কীৰ্তনেৰে মূখৰিত হৈ থকা পবিত্ৰ তীৰ্থভূমি হিচাপে...

Read moreDetails

পোৱালীসহ অজগৰক ধৰি বন বিভাগক গতালে নাগালেণ্ডৰ গাঁওবাসীয়ে

বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰি নাগালেণ্ডৰ ফুটছেৰো চহৰৰ অন্তৰ্গত ফুটছেৰোমি গাওঁৰ বাসিন্দাসকলে বুধবাৰে এজনী বিশাল আকাৰৰ অজগৰৰ সৈতে তাইৰ...

Read moreDetails

ছিকিমৰ পথ সম্প্ৰসাৰণত ক্ষতিগ্ৰস্থ গাঁওবাসীৰ প্ৰতিবাদ

গেংটকৰ সমীপৰ ৰেন’ক-পাকয়ং পথ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে ক্ষতিগ্ৰস্থ হোৱা গাঁওবাসীয়ে বুধবাৰে উপযুক্ত ক্ষতিপূৰণৰ দাবীত এটা প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰী সকলে...

Read moreDetails

তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ উৰ্ধ্বসীমা ৪৪বছৰলৈ বৃদ্ধি

চাকৰি প্ৰত্যাশী নিৱনুৱা যুৱক- যুৱতীৰ বাবে এক সুখবৰ। অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ক্ষেত্ৰত চাকৰিৰ বয়সৰ উৰ্ধ্বসীমা ৪৪...

Read moreDetails
Page 5735 of 6193 1 … 5,734 5,735 5,736 … 6,193

Stay Connected

Recent News