উত্তৰ-পূব

৩১ ডিচেম্বৰত প্ৰকাশ পাব লগীয়া খচৰা তালিকাত পঞ্চায়তৰ নথি দিয়াসকলকো অন্তৰ্ভুক্ত কৰিবলৈ দাবী প্ৰদেশ কংগ্ৰেছৰ : পঞ্চায়তৰ নথিক বৈধতা দিয়া ৰায়ক আদৰণি

এন আৰ চি উন্নীতকৰণত সংযোগী নথি (linkage data) হিচাপে পঞ্চায়তৰ প্ৰমাণপত্ৰক বৈধতা দি আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ত সন্তুষ্টি...

Read moreDetails

দহ হাজাৰ মেগাৱাটৰ বান্ধ নিৰ্মাণৰ নিটি আয়োগৰ প্ৰস্তাৱ অৰুণাচল চৰকাৰে মানি নলয় : পেমা খাণ্ডু

যোৱা ৩ ডিচেম্বৰৰ এখন সভাক সম্বোধন কৰি অৰুণাচল বিজেপি চৰকাৰক নেতৃত্ব দিয়া মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে স্পষ্ট ভাষাৰে কয় যে...

Read moreDetails

হঠাতে কিয় ঘোলা হৈ পৰিল চিয়াং নদীৰ পানী?

অৰুণাচল প্ৰদেশৰ এখন গুৰুত্বপূৰ্ণ নদী তথা ব্ৰহ্মপুত্ৰৰ উজনিৰ এটা প্ৰধান সুঁতি চিয়াং নদীৰ পানীত যোৱা কেইদিন মানৰ ভিতৰত দেখা দিয়া...

Read moreDetails

অৰুণাচলতো নাগালিমত অংশ অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰি প্ৰতিবাদী সভা

অৰুণাচলৰ কেইবাটাও জনজাতীয় নেতাই তেওঁলোকৰ চাংলাং জিলাৰ মাটি নাগালিমত অন্তৰ্ভুক্তিৰ প্ৰবল বিৰোধিতা কৰিছে। তেওঁলোকে এখন সভা পাতি এই বিষয়ত তেওঁলোকৰ...

Read moreDetails

সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত হিন্দু সংহতিৰ সভাপতিৰ বিৰুদ্ধে থানাত এজাহাৰ

হিন্দু সংহতিৰ সভাপতি দেৱতানু ভট্টাচৰ্যৰ বিৰুদ্ধে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ তুলি গুৱাহাটীৰ হাতীগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা...

Read moreDetails

প্ৰবীণ বামপন্থী নেতা তথা প্ৰাক্তন বিধায়ক বিপিন হাজৰিকাৰ দেহাৱসান

প্ৰবীণ কমিউনিষ্ট নেতা তথা প্ৰাক্তন বিধায়ক বিপিন হাজৰিকাই যোৱা ৩ ডিচেম্বৰত নিজ গৃহত শেষ নিশ্বাস ত্যাগ কৰে।  মৃত্যুৰ সময়ত হাজৰিকা...

Read moreDetails

এ পি এছ চি কেলেংকাৰিত গ্ৰেপ্তাৰ হোৱা সকলৰ বিৰুদ্ধে কেছ ডায়েৰি দাখিল ডিব্ৰুগড় আৰক্ষীৰ

আজি ডিব্ৰুগড় আৰক্ষীয়ে এ পি এছ চিৰ কেলেংকাৰিত অভিযুক্ত ২৩ জন বিষয়াৰ বিৰুদ্ধে গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত কেছ ডায়েৰি দাখিল...

Read moreDetails

নিষিদ্ধ সংগঠন কে ৱাই কে এলৰ দুগৰাকী সদস্যাক গ্ৰপ্তাৰ

কে ৱাই কে এল (Kanglei Yawol Kanba Lup) নামৰ মণিপুৰৰ নিষিদ্ধঘোষিত উগ্ৰপন্থী গোটটোৰ দুগৰাকী মহিলা সদস্যক যোৱা ২ ডিচেম্বৰত এক...

Read moreDetails

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত ৬ ডিচেম্বৰত স্থাপন কৰা হ’ব অসম সাহিত্য সভাৰ ৭৪ সংখ্যক অধিবেশনৰ লাইখুঁটা

অসম সাহিত্য সভাৰ আগন্তুক অধিবেশনক লৈ চলি থকা সকলো জল্পনা কল্পনাৰ মাজতে সাহিত্য সভাৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে...

Read moreDetails

নগা চুক্তি ৰাজহুৱা কৰা আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত তিনিচুকীয়াত কেইবাটাও সংগঠনৰ অৱস্থান ধৰ্মঘট

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসীক অন্ধকাৰত ৰাখি কৰা কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এন (আই এম)ৰ মাজৰ নাগা ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধাচৰণ আৰু...

Read moreDetails
Page 6168 of 6195 1 … 6,167 6,168 6,169 … 6,195

Stay Connected

Recent News