কবিৰ সিঙৰ দৰে ব্লকবাষ্টাৰ ছবি উপহাৰ দিয়া চাহিদ কাপুৰক দৰ্শকে এইবাৰ দেখা পাব 'জাৰ্চি' নামৰ এখনত চিনেমাত। চাহিদে ছবিখনত এগৰাকী...
Read moreDetailsকেন্দ্ৰ চৰকাৰেৰে শান্তি আলোচনাত বহাৰ উদ্দেশ্যে বড়ো বিদ্ৰোহী গোট এনডিএফবি (এছ)ৰ সকলো নেতা আৰু কেডাৰে ম্যানমাৰৰ পৰা আহি ভাৰতত প্ৰৱেশ...
Read moreDetailsগুৱাহাটীত চলি থকা তৃতীয় সংখ্যক খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমে প্ৰথমটো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আজি প্ৰতিযোগিতাখনৰ জুডো...
Read moreDetailsঅমসত তথা উত্তৰ-পূবৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ তথা আন্দোলনৰ মাজতে বিজেপি চৰকাৰে নাগৰিকত্ব (সংশোধন) আইন গৃহীত কৰাৰ লগতে ১০ জানুৱাৰিৰ পৰা...
Read moreDetails২০ দিনৰ অন্তত বৰপেটা জেইলৰ পৰা মুকলি আকাশৰ তললৈ আহিল 'ক' বিৰোধী আন্দোলনৰ নেতা শৃংখল চলিহা। দেওবাৰে পুৱা ৭ বজাত...
Read moreDetails"দেশজুৰি এতিয়া চৰম অস্থিৰতা। যি সময়ত ছাত্ৰ-ছাত্ৰী শ্ৰেণীকোঠাত থাকিব লাগিছিল সেই সময়ত ছাত্ৰ-ছাত্ৰী নামিবলগীয়া হৈছে ৰাজপথত। ৰাজপথত যোৱা একাংশ ছাত্ৰ-ছাত্ৰী...
Read moreDetailsৰাজ্যৰ সৰ্বত্ৰে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ তথা বিভিন্ন কাৰ্য্যসূচী চলি থকাৰ মাজতে খেল' ইণ্ডিয়া যুথ গেমছত এগৰাকী কিশোৰীয়ে...
Read moreDetailsগুৱাহটী মহানগৰীত যানজঁটৰ সমস্যা দূৰ কৰাৰ লগতে যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে মহানগৰৰ চিটিবাছ সমূহৰ ক্ষেত্ৰত কেতবোৰ...
Read moreDetailsদেশত ১০ জানুৱাৰিৰ পৰা বলৱৎ হ'ল নাগৰিকত্ব (সংশোধন) আইন। ফলত ৰাজ্যৰ ভেলাঘৰ এতিয়া প্ৰতিবাদথলীলৈ পৰিণত হৈছে। 'কা' বাতিলৰ দাবীৰে ৫৬০...
Read moreDetailsভাৰতত প্ৰথমবাৰৰ বাবে এটি এবছৰীয়া শিশুক গৰুৰ স্নায়ুৰ সহায়ত লিভাৰ সংৰোপণ কৰা হয়। প্ৰায় ১৪ ঘণ্টাজোৰা এক অস্ত্ৰোপচাৰৰ পিছত বৰ্তমান...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd