• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

খেলো ইণ্ডিয়া য়ুথ গেইমছত ৰাজ্যলৈ প্ৰথমটো স্বৰ্ণ পদক আনিলে পূজা বসুমতাৰীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 12, 2020 5:35 pm

1 min read

Puja Basumatari

পূজা বসুমতাৰী

1.1k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত চলি থকা তৃতীয় সংখ্যক খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমে প্ৰথমটো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

আজি প্ৰতিযোগিতাখনৰ জুডো ইভেণ্টত পূজা বসুমতাৰীয়ে স্বৰ্ণ পদক অৰ্জন কৰে।

তেওঁ ১৭ অনূৰ্ধ্বৰ ৫৭ কেজি শাখাত অংশ লৈ এই কৃতিত্ব লাভ কৰে। পল্টন বজাৰৰ ছাই ফিল্ডত অনুষ্ঠিত ফাইনেলত পূজাই উত্তৰাখণ্ডৰ খেলুৱৈক পৰাস্ত কৰে।

উল্লেখ্য যে গোৱালিয়ৰত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰতিভাৱান পূজাই যোৱা বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ শেষৰফালে লণ্ডনত অনুষ্ঠিত কমনৱেলথ জুডো চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

পূজা বসুমতাৰীৰ জৰিয়তে আয়োজক অসমে লাভ কৰা এই সাফল্যত উৎফুল্লিত হৈ পৰিছে গৃহ জিলা কাৰ্বি আংলঙৰ বাসিন্দা।

পূজাৰ উপৰি জিমনাষ্টিকছত অসমৰ উপাশা তালুকদাৰে এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

গুৱাহাটীত চলি থকা তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত ৯টা সোণ, ৮টা ৰূপ আৰু ১২টা ব্ৰঞ্জ পদকেৰে পদক তালিকাৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ। আনহাতে অসমে পদক তালিকাৰ ১৫ নম্বৰ স্থানত আছে।

Recent News

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

Coronavirus-Test-

অবিশ্বাস্য! বিগত ৫মাহত ৩১ বাৰ কৰ’না পজিটিভ এইগৰাকী মহিলা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd