বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ পিছতে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক বাকযুদ্ধ তীব্ৰতৰ হৈ...
Read moreDetailsনাৰীৰ স্বাধীনতা আৰু সৱলীকৰণৰ ক্ষেত্ৰত ভাৰতত এতিয়াও গভীৰ বৈষম্য আছে আৰু এই বৈষম্যৰ স্বৰূপ ৰাজ্যভেদে বেলেগ বেলেগ। শেহতীয়াকৈ প্ৰকাশ পোৱা...
Read moreDetailsকাটাৰৰ কাৰাগাৰত তিনিমাহ ধৰি বিনা অভিযোগত বন্দী ভাৰতীয় অভিযন্তা! এনে অভিযোগৰ পোহৰত অমিত গুপ্তা নামৰ অভিযন্তাজনৰ পৰিয়ালে তেওঁক মুক্তিৰ দাবী...
Read moreDetailsঋণৰ পৰিমাণ প্ৰায় ১৪ হাজাৰ কোটি টকা।তথাপিও বৰ্তমান পত্নীৰ সৈতে বেলজিয়াম ভ্ৰমণ কৰি আছে মেহুল চোকচিয়ে। পঞ্জাব নেচনেল বেংকৰ কেলেংকাৰিৰ...
Read moreDetailsগোৱালপাৰা জিলাৰ পঞ্চৰত্নত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এখন বিলাসী গাড়ীত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। পৰিকল্পিত হত্যাকাণ্ড নে দুৰ্ঘটনা...
Read moreDetailsছুইডেনৰ কাউন্সিল অন এথিক্স অৱ দ্য এ পি পেঞ্চন ফাণ্ডে ম্যানমাৰৰ সেনাবাহিনীক অস্ত্ৰ যোগান ধৰা ভাৰত ইলেক্ট্ৰনিকছ লিমিটেড নামৰ এটা...
Read moreDetailsগুৱাহাটী আমবাৰীৰ পৰা নুনমাটিলৈ নিৰ্মাণ কৰি থকা ফ্লাই'অভাৰ নিৰ্মাণাকাৰী সংস্থা ক্ৰমে গৌতম আৰু অনুপম কংষ্ট্ৰাকচনে সকলো নীতি-নিয়ম উলংঘা কৰাৰ ফলত...
Read moreDetails৩০ৰো অধিক নাগৰিক সমাজৰ সংগঠনে কেন্দ্ৰীয় চৰকাৰক ২০০৫ চনৰ তথ্যৰ অধিকাৰ আইন (RTI Act) দুৰ্বল নকৰিবলৈ আহ্বান জনাইছে। নেশ্যনেল কাউন্সিল...
Read moreDetailsব’গেনভেলিয়া হৈছে এপাহ ৰং আৰু বিস্তৃত পৰিসৰৰ বাবে জনপ্ৰিয় মনোমোহা ফুল। ব্ৰাজিল আৰু পেৰুকে ধৰি দক্ষিণ আমেৰিকাৰ স্থানীয় অঞ্চলত এই...
Read moreDetailsপুনৰ ভাইৰেল হ’ল প্ৰশ্নকাকত! এইবাৰ ছাত্ৰ-ছাত্ৰীৰ হাতে হাতে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰশ্নকাকত। আজি অৰ্থাৎ শনিবাৰে আছিল উচ্চতৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd