Popular Stories

অসমৰ পৰিৱেশকৰ্মী আনন্দ আগৰৱালালৈ ‘যাদৱ পায়েং আন্তঃৰাষ্ট্ৰীয় বঁটা’ প্ৰদান

প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে যোৰহাটৰ বিশিষ্ট পৰিৱেশকৰ্মী আনন্দ আগৰৱালাক 'যাদৱ পায়েং আন্তঃৰাষ্ট্ৰীয় বঁটা'ৰে সন্মানিত...

Read moreDetails

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বৰ্ধিত সম্পত্তিৰ আঁৰৰ ৰহস্য কি? ‘সম্পত্তিৰ আৰ্হি’ক লৈ শাসকীয় দলক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে। এইবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অস্বাভাৱিক সম্পত্তি বৃদ্ধিক লৈ...

Read moreDetails

বিত্তীয় বৰ্ষ ২০২৬ৰ প্ৰথম ১১ মাহতে ৮০.৪ শতাংশৰ সীমা অতিক্ৰম কৰিলে ৰাজকোষৰ ঘাটি

চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ প্ৰথম ১১ মাহত ভাৰত চৰকাৰৰ ৰাজকোষীয় ঘাটি নিৰ্ধাৰিত লক্ষ্যৰ ৮০.৪ শতাংশত উপনীত হৈছে। সোমবাৰে প্ৰকাশিত চৰকাৰী...

Read moreDetails

বিশ্বৰ যোগান শৃংখললৈ অশনি সংকেত: বাব এল-মাণ্ডেব জলপথক লৈ ক্ৰমাৎ বৃদ্ধি পাইছে উদ্বেগ

পশ্চিম এছিয়াত ক্ৰমৱৰ্ধমান সংঘাতৰ মাজতে বিশ্ববাসীৰ দৃষ্টি এতিয়া হৰমুজ প্ৰণালীৰ পৰা আন এক গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথ বাব এল-মাণ্ডেবৰ ফালে নিৱদ্ধ...

Read moreDetails

আমেৰিকান ডলাৰৰ বিপৰীতে সৰ্বকালৰ সৰ্বনিম্ন স্তৰত ভাৰতীয় টকা, প্ৰথমবাৰৰ বাবে অতিক্ৰম কৰিলে ৯৫ৰ সীমা

ভাৰতীয় অৰ্থনীতিৰ বাবে এয়া এক উদ্বেগজনক বিষয়। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য সৰ্বকালৰ সৰ্বনিম্ন স্তৰলৈ অৱনমিত হৈছে। দেশৰ অৰ্থনৈতিক...

Read moreDetails

নিৰ্বাচনী দায়িত্বত ১৬০০ বনৰক্ষীক নিয়োগৰ চৰকাৰী নিৰ্দেশক লৈ তীব্ৰ প্ৰতিক্ৰিয়া, নিৰ্দেশনা প্ৰত্যাহাৰৰ দাবী পৰিৱেশকৰ্মীৰ

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে বনৰক্ষীসকলক নিৰ্বাচনী দায়িত্বত নিয়োগ কৰাৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে একাংশ প্ৰাক্তন আমোলা আৰু পৰিৱেশ...

Read moreDetails

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: গুৱাহাটীৰ ফাষ্ট-ট্ৰেক আদালতত আৰম্ভ হ’ল বিচাৰ প্ৰক্ৰিয়া

অসমৰ জনপ্ৰিয় সংগীতশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ উদ্দেশ্যে সোমবাৰে, ৩০ মাৰ্চ তাৰিখে গুৱাহাটীত আনুষ্ঠানিকভাৱে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।...

Read moreDetails

শৰীৰবোৰ চলি আছে, মনবোৰ ডুবি গৈছে”: ভাৰতৰ মানসিক স্বাস্থ্যৰ সংকটক লৈ উদ্বেগ প্ৰকাশ ষ্টাৰ্টআপ প্ৰতিষ্ঠাপকৰ

ভাৰতৰ দ্ৰুত অৰ্থনৈতিক বিকাশৰ বিপৰীতে সমাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা মানসিক স্বাস্থ্যৰ সংকট আৰু আৱেগিক বিচ্ছিন্নতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে...

Read moreDetails

প্ৰাৰ্থীৰ অনুপস্থিতিতেই বঙাইগাঁৱত প্ৰচাৰ অভিযান চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

অসম বিধানসভা নিৰ্বাচনৰ দিন ক্ৰমান্বয়ে চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে।...

Read moreDetails

“আৰু ৫ বছৰৰ সময় দিয়ক, অসমৰ অনুপ্ৰৱেশ সমস্যা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিম”: নিৰ্বাচনী প্ৰচাৰত গৃহমন্ত্ৰী অমিত শ্বাহ

সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ অন্যতম প্ৰধান সমস্যা অনুপ্ৰৱেশক লৈ এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। নিৰ্বাচনী...

Read moreDetails
Page 241 of 1553 1 … 240 241 242 … 1,553

Stay Connected

Recent News