Popular Stories

‘উগ্ৰপন্থীৰ হাতত আছিল ভোটাৰ কাৰ্ড আৰু আগ্নেয়াস্ত্ৰ’- চিদাম্বৰমৰ পেহেলগামৰ প্ৰশ্নক লৈ সংসদত প্ৰমাণ দিলে অমিত শ্বাহে

২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণত ২৫ জন ভাৰতীয় পৰ্যটক আৰু এজন স্থানীয় নাগৰিক নিহত হৈছিল। সেই ঘটনাৰ পাছত ভাৰতীয় সেনাই...

Read moreDetails

বিজেপি নেতাৰ পুত্ৰৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা! গ্ৰেপ্তাৰ বিজেপি যুৱ মৰ্চাৰ নেতা ৰাকেশ নাগ

গোলাঘাট জিলাত পোহৰলৈ আহিছে এক বৃহাৎ সুৰা চুৰি কাণ্ড। এই সুৰা চুৰিৰ ঘটনাত জড়িত থকাৰ অভিযোগত ভাৰতীয় জনতা যুৱ মৰ্চাৰ...

Read moreDetails

সবকা সাথ সবকা বিকাশ! ৰাস্তাই নাই, সোমাব নোৱাৰে এম্বুলেন্স; ২ কিলোমিটাৰ পথ সাঙী কৰি নিয়া হ’ল গৰ্ভৱতী মহিলাক

গাঁৱখনত কোনো ৰাস্তা নাই। ধাৰাসাৰ বৰষুণৰ বাবে সকলো ৰাস্তা বোকাৰে ভৰি পৰিছে। য'ৰ পৰা খোজকাঢ়ি যোৱাটো কঠিন। সেই পথটোত এম্বুলেন্সখনো...

Read moreDetails

তিনি মাহত ১৯ কোটি টকাৰ হৰলুকিঃ ডিজিটেল গ্ৰেপ্তাৰত জীৱনৰ সকলো সঞ্চিত ধন হেৰুৱালে চিকিৎসকে

এই সকলোবোৰ আৰম্ভ হৈছিল গুজৰাটৰ গান্ধীনগৰত থকা এজন চিকিৎসকৰ ফোন কলৰ পৰা। ১৫ মাৰ্চত ভুক্তভোগীৰ ফোনত আপত্তিজনক বিষয়বস্তু পোৱা বুলি...

Read moreDetails

শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বিমানৰ পৰা গ্ৰেপ্তাৰ ভাৰতীয় বংশোদ্ভৱ পাইলট

কনট্ৰা কোষ্টা কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে এক আনুষ্ঠানিক বিবৃতিত জনোৱা মতে, ডেল্টা এয়াৰলাইন্সৰ এজন ভাৰতীয় মূলৰ পাইলট ছান ফ্ৰান্সিস্কো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত...

Read moreDetails

কলকাতা উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশক স্থায়ী ন্যায়াধীশলৈ উন্নীত, ৭ জন অতিৰিক্ত ন্যায়াধীশৰ কাৰ্যকাল বৃদ্ধি

অতিৰিক্ত গোচৰৰ চাপ! কলেজিয়ামে কলিকতা উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত দুজন ন্যায়াধীশক স্থায়ী ন্যায়াধীশলৈ উন্নীত কৰিছে। কলেজিয়ামে এক নিৰ্দেশ জাৰি কৰি ন্যায়াধীশ...

Read moreDetails

ছিৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ সপোন! ছিৰিয়াত এইচ টি এছৰ নেতৃত্বত নিৰ্বাচনৰ প্ৰস্তুতি

ছিৰিয়াৰত শাসনাধীন সশস্ত্ৰ সংগঠন হায়াত তাহৰি আল-শ্বাম (এইচ টি এছ)য়ে ছেপ্টেম্বৰত অনুষ্ঠিত কৰিব সাধাৰণ নিৰ্বাচন। এইচ টি এছৰ দ্বাৰা পৰিচালিত...

Read moreDetails

উজলি উঠিব আকাশ! প্ৰায় ২৪ ঘণ্টা ধৰি উল্কাবৃষ্টিৰ সাক্ষী হ’ব পৃথিৱী; ভাৰতৰ পৰা দেখা যাবনে?

২৯-৩০ জুলাইৰ নিশা আকাশত দেখা যাব এক মহাজাগতিক দৃশ্য। ‘লাইভ চাইন্স’ৰ এক প্ৰতিবেদন অনুসৰি সেই দুদিনত অন্ধকাৰ আকাশত প্ৰতি ঘণ্টাত...

Read moreDetails

পৰীক্ষণ অবিহনেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সোমাল ১৩ লক্ষাধিক লোকৰ নাম-দাবী প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ

লাখ লাখ বিদেশী নাগৰিকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাদ পৰিল একাংশ খিলঞ্জীয়াৰ নাম। সেইবাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ...

Read moreDetails

‘পক্ষপাতদুষ্ট আম্পায়াৰ’! পুনৰ নিৰ্বাচন আয়োগক সমালোচনা ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শেহতীয়াকৈ কয় যে, নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ নেতাসকলৰ মতামতক...

Read moreDetails
Page 384 of 1478 1 383 384 385 1,478

Stay Connected

Recent News