Popular Stories

দেশৰ খুচুৰা বজাৰত মূল্য বৃদ্ধি! মে’ মাহত মূল্য ২.৬১ শতাংশ বৃদ্ধি, আলু-পিঁয়াজ-মছলা দাম বৃদ্ধিৰ দৌৰত আগত

লোকসভা নিৰ্বাচনত বিজেপিৰ এজেণ্ডা আছিল মূলতঃ হিন্দুত্ববাদকেন্দ্ৰিক। কংগ্ৰেছকে ধৰি বিৰোধীৰ অস্ত্ৰ আছিল আকাশলংঘী বজাৰ মূল্য আৰু নিবনুৱা সমস্যা। কিন্তু লোকসভা...

Read moreDetails

ঈদ-উজ-জোহাৰ পূৰ্বে যোগী আদিত্যনাথ চৰকাৰৰ কাঢ়া নিৰ্দেশ; ৰাজপথত নামাজৰ বাবে বহিব নোৱাৰিব কোনো লোক,কোৰবানীৰ বাবেও বিশেষ বিধি

ঈদ-উজ-জোহাৰ প্ৰাক্‌ক্ষণত যোগী আদিত্যনাথৰ বিশেষ নিৰ্দেশনা৷উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জাননী জাৰি কৰি কয় যে ঈদ-উজ-জোহাৰ দিনা ৰাস্তাত বহি কোনোৱে...

Read moreDetails

ইটালীত সুকলমে সম্পন্ন হ’ল অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিং; ইণ্টাৰনেটত প্ৰকাশ পালে ফটো

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ গ্ৰেণ্ড ক্ৰুজ পাৰ্টিৰ নতুন ছবি ইণ্টাৰনেটত প্ৰকাশ পাইছে। ২৯ মে’ৰ পৰা ইটালীত আৰম্ভ হোৱা আৰু...

Read moreDetails

সুখবৰ! ভাৰতীয় সেনাত সংযোজন কৰা হ’ল স্বদেশত নিৰ্মিত আত্মঘাতী ড্ৰোন ‘নাগাস্ত্ৰ-১’

ৰামচন্দ্ৰ আৰু অৰ্জুনৰ পাছত ভাৰতীয় সেনাত সংযোজিত হৈছে নাগাস্ত্ৰ-১।সম্পূৰ্ণৰূপে মেড ইন ইণ্ডিয়া বা স্বদেশী ছুইচাইড ড্ৰোন হৈছে নাগাস্ত্ৰ-১। প্ৰথমবাৰৰ বাবে...

Read moreDetails

গুজৰাটত আচৰিত ঘটনা! ৫৬২ টা ফ্লেটৰ লটাৰীত মুছলমান মহিলাই লাভ কৰিলে এটা ফ্লেট, হিন্দু বাসিন্দাসকলৰ তীব্ৰ আপত্তি

গুজৰাটৰ বদোদৰাৰ এটা হাউছিং কমপ্লেক্সত ফ্লেট আবণ্টনক লৈ সাম্প্ৰদায়িক বিভাজনৰ সৃষ্টি হৈছে।বদোদৰাৰ হৰ্নি অঞ্চলৰ মটনাথ ৰেচিডেন্সিত লটাৰীৰ জৰিয়তে ৪৬২টা ফ্লেট...

Read moreDetails

এজন কৃতবিদ্য ভাৰতীয়! ১৯খন দেশৰ বিশ্ববিদ্যালয়ৰ পৰা ৩৮টা ডক্টৰেট ডিগ্ৰী লাভ কৰা ভাৰতীয়জনৰ সৈতে পৰিচয় হও আহক…

এজন কৃতবিদ্য ভাৰতীয়! নাম- কল্যামপুডি ৰাধাকৃষ্ণ ৰাও (চি আৰ ৰাও)৷ৰাও এজন বিশিষ্ট ভাৰতীয়-আমেৰিকান গণিতজ্ঞ আৰু পৰিসংখ্যাবিদ, যাৰ বিস্তৃত কামে বিভিন্ন...

Read moreDetails

নিৰ্বাচনত জয়ী হোৱাৰ ৪৮ ঘন্টাৰ পাছতে গুজৰাটত ভূমি বেদখলৰ বাবে ইউছুফ পাঠানলৈ জাননী জাৰি

তৃণমূলৰ বিজয়ী প্ৰাৰ্থী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ উত্থাপন হৈছে। গুজৰাটৰ বৰোদা পৌৰসভাৰ এখন মাটি অবৈধভাৱে...

Read moreDetails

২৪ লাখ নীট পৰীক্ষাৰ্থীৰ জীৱনক লৈ চিন্তাত ছুপ্ৰিম কোৰ্ট; চিবিআই তদন্ত সন্দৰ্ভত জাননী জাৰি

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে নীট পৰীক্ষাত অনিয়মৰ অভিযোগৰ চিবিআই তদন্তৰ দাবীত আবেদন সন্দৰ্ভত এক জাননী জাৰি কৰে।ইতিমধ্যে ৫ মে’ত নেট-ইউজি ২০২৪...

Read moreDetails

নাবালিকাৰ যৌন নিৰ্যাতন!প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েডিউৰাপ্পাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েডুৰাপ্পাৰ বিৰুদ্ধে নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। POCSO আইনৰ অধীনতইতিমধ্যে...

Read moreDetails

যুদ্ধবিধ্বস্ত গাজাৰ কৰুণ ছবি! পুষ্টিহীনতা আৰু চিকিৎসাৰ অভাৱত ৮০০০ শিশু, বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্বেগ প্ৰকাশ

ইজৰাইলী সেনাৰ বোমা-গোলা-ক্ষেপণাস্ত্ৰই ইখনৰ পাছত গাজাৰ সিখন চিকিৎসালয় ধ্বংস কৰিছে। ঔষধ, চিকিৎসা সঁজুলি আনকি খাদ্য সামগ্ৰীও অনিয়মিত। এই পৰিস্থিতিত গাজা...

Read moreDetails
Page 685 of 1512 1 … 684 685 686 … 1,512

Stay Connected

Recent News