• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! ভাবী স্বামীৰ সৈতে মিলি মাতৃক হত্যা নিজ কন্যাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 18, 2024 9:41 am
205
VIEWS
Share on FacebookShare on Twitter

পুনৰ সংঘটিত হৈছে এক নাৰকীয় ঘটনা৷মাতৃক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে মৃতকৰ কন্যাক। এই ঘটনাত আৰক্ষীয়ে ভাবী স্বামী আৰু এজন বন্ধুকো গ্ৰেপ্তাৰ কৰিছে।এই ঘটনা দিল্লীৰ নাজাফগড়ৰ৷

আৰক্ষীৰ সূত্ৰ অনুসৰি মূল অভিযুক্তৰ নাম মনিকা সোলাংকি। তেওঁৰ ভাবী স্বামী নবীন কুমাৰ আৰু বন্ধু যোগেশ ওৰফে যোগীক গ্ৰেপ্তাৰ কৰা হৈছে। নবীন নৰেলাৰ বাসিন্দা। যোগেশ হাৰিয়ানাৰ সোণীপটৰ বাসিন্দা।

আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে নিশা এগৰাকী মহিলাই আৰক্ষীক ফোন কৰিছিল। ঘৰৰ ভিতৰৰ পৰা মাতৃৰ পৰা কোনো সঁহাৰি পোৱা নাই বুলিও তেওঁ কয়। দুৱাৰখন ভিতৰৰ পৰা তলা মাৰি থোৱা আছে। তেওঁ আৰক্ষীক দুৱাৰ ভাঙি মাতৃক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়। আৰক্ষীয়ে নজাফগড় আৱাসিক ফ্লেটৰ দুৱাৰ ভাঙি ঘৰৰ ভিতৰত পৰি থকা বৃদ্ধাক উদ্ধাৰ কৰে। তেওঁৰ শৰীৰত একাধিক আঘাতৰ চিন আছে। মুখত তেজ আছে। প্ৰাৰম্ভিক তদন্তৰ অন্তত আৰক্ষীয়ে উপলব্ধি কৰে যে মাতৃগৰাকীৰ বহু আগতেই মৃত্যু হৈছে।

মণিকাই দাবী কৰিছিল যে নাজাফগড়ৰ সেই আৱাসিক ফ্লেটটোত মাক অকলে থাকিছিল। প্ৰবীণাৰ বছৰ বয়স আছিল ৫৮ বছৰ। বৃহস্পতিবাৰে তেওঁক লগ কৰিবলৈ গৈছিল। প্ৰবীণা তেতিয়া সুস্থ আছিল। ইয়াৰ পাছতে আৰক্ষীয়ে স্থানীয় চিচিটিভি ফুটেজ পৰীক্ষা কৰে। দেখা গৈছে যে বৃহস্পতিবাৰে নিশা ২:১৮ মান বজাত মণিকা মৃতকৰ ফ্লেটত প্ৰৱেশ কৰিছিল। তাৰ লগত দুজন পুৰুষ। পিছত তেওঁলোকক আৰক্ষীয়ে চিনাক্ত কৰে। তিনিওজনকে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। ছোৱালীজনীয়ে কিয় মাকক হত্যা কৰিলে সেয়া এতিয়াও আৰক্ষীৰ আগত স্পষ্ট হোৱা নাই।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd