Popular Stories

মহেন্দ্ৰ সিং ধোনীৰ ক’ৰ’না টেষ্ট সম্পন্ন; আজি আহিব ৰিজাল্ট

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ক’ৰ’না টেষ্টৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু তেওঁৰ আজি ৰিপ’ৰ্ট আহিব। যদিহে...

Read more

‘ভেকচিন প্ৰস্তুতিত পিছ পৰি ৰৈ যোৱাসকলেহে ৰাছিয়াৰ ভেকচিনকলৈ ভিত্তিহীন অভিযোগ কৰিছে’; ৰাছিয়া

ৰাছিয়াৰ কোভিড ভেকচিন স্পটমিক-ভি(SputmikV) মুকলি কৰাৰ লগতে সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমেৰিকা, ব্ৰিটেইনকে আদি কৰি ইউৰোপৰ দেশসমূহেও ৰাছিয়াৰ কোভিড...

Read more

নিশা জুবিনক আক্ৰমণৰ চেষ্টা ৬ দুৰ্বৃত্তৰ : দিছপুৰ থানাত এজাহাৰ দাখিল শিল্পীগৰাকীৰ

নিশা জুবিনক আক্ৰমণৰ চেষ্টা ৬ দুৰ্বৃত্তৰ। নিশা ষ্টুডিঅ'ত গান ৰেকৰ্ডিং কৰি কাহিলিপাৰা বাসগৃহলৈ উভতি অহাৰ পথতে গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত...

Read more

সুশান্ত সিং ৰাজপুতৰ বেংক একাউন্ট : সঁচাই ৰীয়াই ১৫ কোটি টকা সৰকাইছিল নে? কি ক’লে ইডি-এ?

অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীক ১৮ ঘণ্টা জেৰা কৰাৰ পাছত এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰ(ED)এ সুশান্ত ৰাজপুতৰ বেংক একাউন্টৰ পৰা বৃহৎ পৰিমাণৰ ধন ট্ৰেঞ্চফাৰ কৰাৰ...

Read more

অপৰিৱৰ্তিত প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্য : এতিয়াও ভেন্টিলেশ্যনতে আছে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাই। ভেন্টিলেশ্যনত ৰখা প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী এতিয়াও সংকটজনক অৱস্থাতে চিকিৎসাধীন...

Read more

বিস্ফোৰক অভিযোগ : ‘আত্মহত্যা নহয়, যথেষ্ট বুদ্ধিমত্তাৰে হত্যা কৰা হৈছিল অভিনেতা সুশান্তক!’

বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ দেশ কঁপাই যোৱা আত্মহত্যাৰ ঘটনাই ইতিমধ্যে নতুন মোৰ লৈছে। দুই ৰাজ্য মহাৰাষ্ট্ৰ আৰু বিহাৰৰ আৰক্ষীৰ...

Read more

বিয়াৰ পিছত ২২ মাহে শাৰীৰিক সম্পৰ্ক কৰাত বাধা স্বামীক! : অৱসাদগ্ৰস্ত স্বামীয়ে কৰিলে আত্মহত্যা

এক অভূতপূৰ্ব ঘটনা ঘটিছে গুজৰাটৰ আহমেদাবাদৰ শ্বাহেৰকোটাত। বিয়াৰ পিছত ২২ মাহে পত্নীৰে শাৰীৰিক সম্পৰ্ক স্থাপনত ব্যৰ্থ এজন স্বামীয়ে মানসিকভাৱে ভাঙি পৰি...

Read more

কংগ্ৰেছ বিধায়কৰ আত্মীয়ৰ ফেইচবুক পোষ্টৰ পিছতে বাংগালুৰুত সাম্প্ৰদায়িক সংৰ্ঘষত : নিহত ৩

কংগ্ৰেছ বিধায়ক শ্ৰীনিৱাস মূৰ্তিৰ এগৰাকী আত্মীয়ৰ এটা বিৰ্তকিত ফেইচবুক পোষ্টৰ পিছত কৰ্ণাটকৰ ৰাজধানী নগৰ বাংগালুৰু সাম্প্ৰদায়িক ৰণক্ষেত্ৰত পৰিণত হৈছে। ৰাজধানী...

Read more

ভাৰতত ১ হাজাৰ কোটি টকীয়া হাৱলা কেলেংকাৰি : ভুৱা পাছপ’ৰ্টসহ গ্ৰেপ্তাৰ হ’ল চীনা নাগৰিক

দিল্লীত অৱস্থান কৰি এগৰাকী চীনা নাগৰিকে কিছু সহযোগীৰ সৈতে প্ৰায় ১ হাজাৰ কোটি টকীয়া হাৱলা কেলেংকাৰি সংঘটিত কৰিছে। এই দাবী...

Read more
Page 734 of 1050 1 733 734 735 1,050

Recent News