• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সুশান্ত সিং ৰাজপুতৰ বেংক একাউন্ট : সঁচাই ৰীয়াই ১৫ কোটি টকা সৰকাইছিল নে? কি ক’লে ইডি-এ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 13, 2020 9:22 am

2 min read

Sushant-Singh-Rhea-Chakraborty-Vividrage-Rhealityx
913
VIEWS
Share on FacebookShare on Twitter

অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীক ১৮ ঘণ্টা জেৰা কৰাৰ পাছত এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰ(ED)এ সুশান্ত ৰাজপুতৰ বেংক একাউন্টৰ পৰা বৃহৎ পৰিমাণৰ ধন ট্ৰেঞ্চফাৰ কৰাৰ কোনো তথ্য লাভ কৰা নাই।

যোৱা এটা বছৰত উক্ত একাউন্টৰটো পৰা মাত্ৰ ৫৫ লাখ টকা ইউড্ৰ’ কৰাৰ তথ্যহে লাভ কৰিছে ইডি-এ।

ইডিৰ এক সূত্ৰৰ পৰা প্ৰাপ্ত তথ্যৰ ভিত্তিত ৰাষ্ট্ৰীয় স্তৰৰ সংবাদ পত্ৰ দ্য ইণ্ডিয়ান এক্সপ্ৰেছএ এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছতে পিতৃ কে কে সিঙে পাটনাত অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীয়ে সুশান্ত সিং ৰাজপুতৰ একাউন্টৰ পৰা ১৫ কোটি টকা কোনো অজ্ঞাত ব্যক্তিলৈ ট্ৰেঞ্চফাৰ কৰিছিল বুলি অভিযোগ কৰি এজাহাৰ দাখিল কৰিছিল।

উক্ত এজাহাৰ ভিত্তিত ইডি-এ অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীৰ লগতে, ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তীসহ ৰীয়াৰ ব্যৱসায়িক মেনেজাৰ শ্ৰুতি মোদী, চাৰ্টাৰাড্ একাউনটেন্টৰ লগতে সুশান্তৰ ভগ্নী আৰু বন্ধু সিদ্ধাৰ্থ পিঠানীকো জেৰা কৰিছিল।

ইডি-এৰ সূত্ৰটোৰ মতে সুশান্ত সিং ৰাজপুতৰ কটক বেংকৰ প্ৰাইমেৰী একাউন্টটোৰ ইউড্ৰৱেলৰ সকলোবোৰ তথ্য সংস্থাটোৱে ট্ৰেকিং কৰিবলৈ চেষ্টা কৰিছিল।

উক্ত একাউন্টো ১৫ কোটি টকাৰে আৰম্ভ কৰা হৈছিল আৰু যোৱা বছৰটোত সুশান্তৰ টেক্স, ভ্ৰমণসহ অন্যান্য খৰচ উক্ত একাউন্টৰ পৰা কৰা হৈছিল বুলি জানিবলৈ দিছে ইডিৰ সূত্ৰটোৱে।

সূত্ৰটোৰ মতে ইডি-এ ৰীয়া আৰু সুশান্ত কোনো জইন্ট বেংক একাউন্টৰ সন্ধান লাভ কৰা নাই।

ইফালে ইডি-এ নিশ্চিত হৈছে যে ৰীয়াই দুটা বিলাসী সম্পত্তি পৰিয়ালৰ সৈতেহে ক্ৰয় কৰিছে।

উল্লেখ্য যে, ইডি-এৰ অনুসন্ধানত পোৱা গৈছে ৰীয়া আৰু তেওঁৰ ভাতৃয়ে যোৱা এবছৰে সুশান্তে প্ৰতিষ্ঠা কৰা ফ্ৰণ্ট ইণ্ডিয়া ফ’ৰ ৱৰ্ল্ড ফাউণ্ডেশ্যন আৰু বিবিড্ৰেজ ৰীয়ালিটিক্স প্ৰাইভেট লিমিটেডৰ নামৰ দুটা প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে কৰ্মৰত হৈ আছে।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd