• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিস্ফোৰক অভিযোগ : ‘আত্মহত্যা নহয়, যথেষ্ট বুদ্ধিমত্তাৰে হত্যা কৰা হৈছিল অভিনেতা সুশান্তক!’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 13, 2020 7:31 am

2 min read

sushant-singh-rajput-Wallpaper-cave
814
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ দেশ কঁপাই যোৱা আত্মহত্যাৰ ঘটনাই ইতিমধ্যে নতুন মোৰ লৈছে।

দুই ৰাজ্য মহাৰাষ্ট্ৰ আৰু বিহাৰৰ আৰক্ষীৰ মাজত সুশান্তৰ আত্মহত্যাৰ তদন্তক লৈ উৎপত্তি হোৱা বিবাদ গৈ উচ্চতম ন্যায়ালয়ত পাইছে।

অহা ১৩ আগষ্ট বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই সংক্ৰান্তীয় এখন আদেনৰ শুনানিৰ দিনো ধাৰ্য কৰিছে।

ইতিমধ্যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত কেন্দ্ৰীয় চৰকাৰে এই তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰিছে।

ইফালে সুশান্তৰ বেংকৰ পৰা ১৫ কোটিকৈ টকা কোনো অজ্ঞাত ব্যক্তিলৈ সুশান্তৰ চৰ্চিত প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীয়ে ট্ৰেঞ্চফাৰ কৰাৰ অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰে।

ইতিমধ্যে ইডি-এ ৰীয়াৰ লগেত পিতৃ আৰু ভাতৃৰ মোবাইল, লেপটপ আদি জব্দ কৰিছে।

ইয়াৰ মাজতে সুশান্তৰ অধিবক্তাই এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

সুশান্তৰ অধিবক্তাই অভিযোগ কৰিছে সুশান্তৰ বন্ধু সিদ্ধাৰ্থই সুশান্তৰৰ ডিঙিত বেল্ট মেৰিয়াই চেপা মাৰি হত্যা কৰিছে।

অধিবক্তা গৰাকীয়ে এই অভিযোগৰ সমৰ্থন একাধিক যুক্তিও দাঙি ধৰিছে।

অধিবক্তা গৰাকীয়ে অভিযোগ কৰি কয় যে ঘটনাৰ দিনা দুৱাৰৰ লক্ খোলাৰ পিছত লক খোলা ব্যক্তিজনক সিদ্ধাৰ্থই গেটৰলৈকে আগবঢ়াই দিছিল।

ইফালে সিদ্ধাৰ্থই দুৱাৰখন খুলিবলৈ কিয় তৎপৰ হোৱা নাছিল বুলিও অধিবক্তা গৰাকীয়ে প্ৰশ্ন কৰিছে।

সুশান্তৰ পৰিয়ালৰ লোক অহালৈকে সিদ্ধাৰ্থই কিয় অপেক্ষা কৰিছিল ? এই প্ৰশ্নও উত্থাপন কৰিছে অধিবক্তা গৰাকীয়ে।

লগতে তেওঁ প্ৰশ্ন কৰে, দুৱাৰ খোলাৰ লগে লগে আৰক্ষী অহাৰ পূৰ্বেই সিদ্ধাৰ্থই ফেনত ওলমি থকা সুশান্তৰ দেহটো কিয় নমাইছিল ? কিয় আৰক্ষী অহালৈকে অপেক্ষা কৰা নাছিল সিদ্ধাৰ্থই ?

সিদ্ধাৰ্থৰ মতেই সুশান্তৰ ডিঙিত বেল্টৰ চিহ্ন পোৱা গৈছে, তেনে কাপোৰত ফাঁচ লাগি সুশান্তৰ শৰীৰটো কেনেকৈ ওলমি আছিল?

এই বিস্ফোৰক প্ৰশ্নবোৰ কৰি সুশান্তৰ অধিবক্তাই দাবী কৰিছে যে বন্ধু সিদ্ধাৰ্থই সুশান্তৰ হত্যাকাণ্ড সংঘটিত কৰিছে।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd