Popular Stories

ৰোহিত শৰ্মাৰ বিৰাট বন্দনা! ‘পৰিস্থিতি অনুযায়ী খেলিব বিৰাটে, সেইটোৱেইটো বিচাৰো…‘

ইডেন গাৰ্ডেনছ আৰু বিৰাট কোহলী। এদিনীয়া ক্ৰিকেটত শতকৰ ব্যৱধান ১৪ বছৰ। বিৰাট কোহলীৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথম শতকটো আহিছিল এই ইডেন...

Read moreDetails

অভিনেত্ৰী ৰশ্মিকাৰ বিকৃত ভিডিঅ’ ভাইৰেল! কঠোৰ আইনী ব্যৱস্থাৰ দাবী অমিতাভ বচ্চনৰ

শেহতীয়াকৈ বলীউদী ছবি ‘এনিমেল’ৰ টিজাৰ চাইয়েই মুগ্ধ হৈ পৰিছে ৰশ্মিকা মন্দানাৰ অনুৰাগীসকল। ৰণবীৰ কাপুৰৰ নায়িকাগৰাকীক লৈ চৰ্চাৰ মাজতে  ছ’চিয়েল মিডিয়াত...

Read moreDetails

হতাশ প্ৰাক্তন পাকিস্তানী তাৰকা! ভাৰতে বিশ্বকাপত চিটিংবাজী কৰি জিকি থকাৰ অভিযোগ; তদন্তৰ দাবী ICC-ক

চলিত এদিনীয়া ক্ৰিকেট বিশ্বকাপত অপ্ৰতিৰোধ্য গতিত আগবাঢ়িছে ভাৰত। কোনোমতে টীম ইণ্ডিয়াক ৰখাবই পৰা নাই। বিশ্বৰ সকলো দলেই ভাৰতৰ সন্মুখত  চাপত...

Read moreDetails

মহান কোহলিৰ ‘বিৰাট’ মন্তব্য! অভিলেখ স্পৰ্শ কৰি ক’লে, তেওঁৰ দৰে কেতিয়াও হ’ব নোৱাৰো, তেওঁৱেই মোৰ হিৰ’

শচীনৰ এদিনীয়াৰ সৰ্বাধিক শতকৰ বিশ্ব অভিলেখ ভংগ কৰাটো কোহলিৰ বাবে এতিয়া মাথোঁ সময়ৰ অপেক্ষা। এইক্ষেত্ৰত বিৰাটে দেওবাৰে অভিলেখ স্পৰ্শ কৰিছিল...

Read moreDetails

পৰাজয়ৰ ভয়ে কঁপাইছে নেকি ৫৬ ইঞ্চিৰ বুকু! নিৰ্বাচনৰ আগে আগে নঙঠা ফকীৰৰ চৰণেই আশ্ৰয় প্ৰধানমন্ত্ৰীৰ?

বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে চত্তীশগড় ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে তেওঁ ৰাজ্যখনৰ ডুংগৰগড় অঞ্চললৈ যায়। এই চহৰখন তীৰ্থস্থান হিচাপে...

Read moreDetails

পাপ কৰিছে নেকি? মাত্ৰ ১২ টকাত ‘পাপ মুক্তিৰ প্ৰমাণ পত্ৰ’ পাব এই শিৱ মন্দিৰত 

কি যে নাভুত-নাশ্ৰুত কাণ্ড! কি যে বিশ্বাস! এটা মন্দিৰে ১২ টকা মূল্যৰ বিনিময়ত ভক্তত প্ৰদান কৰি আহিছে পাপৰ পৰা মুক্ত...

Read moreDetails

কেতিয়া ঘূৰি আহিব গৰাকী? মালিকৰ অপেক্ষত ১২০ দিনে মৰ্গৰ বাহিৰত এটা পোহনীয়া কুকুৰ

আপোনাৰ চকুলৈ চকুপানী আনিব এটা কুকুৰে। যি সময়ত চূড়ান্তভাবে সমাজত ভূ-লুন্ঠিত হৈছে মৰম চেনেহ আৰু মানৱীয়তা, সেই সময়ত এটা কুকুৰে...

Read moreDetails

শ্বাহৰুখ নে চলমান? গাড়ীৰ কালেকশ্যন কাৰ বেছি? কোনে ব্যৱহাৰ কৰে কি কি গাড়ী?

যদিও একেটা পৰিয়ালৰ নহয়, তথাপি শ্বাহৰুখ, ছলমান আৰু আমিৰ - এই তিনি খানক বলীউডত খান ট্ৰাইঅ’ বুলি জনা যায়। কিন্তু...

Read moreDetails

ICC World Cup 2023: যোৱাবাৰৰ বিশ্ব চেম্পিয়নক বিদায় দি ছেমি ফাইনেলৰ পথত আৰু এঢাপ আগবাঢ়িল অষ্ট্ৰেলিয়া

বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলৰ পথত আৰু এঢাপ কাষ চাপিল অষ্ট্ৰেলিয়া। এইবাৰৰ সীমিত শক্তিৰ বলেৰেই আহমেদাবাদত যোৱাবাৰৰ বিশ্ব চেম্পিয়ন ইংলেণ্ডক পৰাস্ত...

Read moreDetails

ICC World Cup 2023: ভাগ্য ঘুৰিল! ডাকৱৰ্থ-লুইছত মেচ জিকি যুঁজত টিকি থাকিল পাকিস্তান

এইখন খেলত জয়ী হ’বই লাগিব এনে চৰ্তৰে পাকিস্তানে খেলপথাৰত প্ৰৱেশ কৰিছিল আৰু অৱশেষত খেলখনত জয়ী হৈ খেলপথাৰৰ পৰা ওলাই আহিল।...

Read moreDetails
Page 817 of 1556 1 … 816 817 818 … 1,556

Stay Connected

Recent News