Popular Stories

এক কিলোমিটাৰ যাবলৈ খৰচ হ’ব মাত্ৰ ১০ পইচা : দৰিদ্ৰৰ বাবে ডাঙৰ উপহাৰ টাটাৰ

মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলোৱা এই দিনবোৰত এক কিলোমিটাৰ যাবলৈ যদি ১০ পইচা খৰছ হ’ব বুলি কোৱা হয় তেন্তে আপুনি বিশ্বাস...

Read moreDetails

‘শ্বাহৰুখ মুঠেই আকৰ্ষণীয় নহয়, অভিনয়ো নাজানে’; কিং খানক লৈ মন্তব্য অভিনেত্ৰীৰ, তাৰপিছত…

বাদশ্বাহৰ অনুৰাগী কেৱলদেশতে সীমাবদ্ধ নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে বিয়পি আছে। তেওঁৰ অভিনয়, হাঁহি, ব্যক্তিত্ব... আজিও তেওঁ সহজেই যুৱতীসকলৰ হৃদয়ত ধুমুহা...

Read moreDetails

কোন বা জিকে! টুইটাৰ আৰু মেটাৰ মাজত ‘থ্ৰেডছ’ক লৈ যুঁজ; আইনী ব্যৱস্থাৰ হুংকাৰ ইলন মাস্কৰ

তথ্য প্ৰযুক্তি সংস্থা মেটাই শেহতীয়াকৈ মুকলি কৰিছে টুইটাৰৰ বিকল্প এপ ‘থ্ৰেডছ’ (Threads)। ইয়াৰ বাবে টুইটাৰে মেটাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ...

Read moreDetails

জীৱনত সুখ বিচাৰেনে? মানি চলক আচাৰ্য চাণক্যৰ এই তিনিটা নীতি; আহিব সুখ,পলাব দুখ

আচাৰ্য চাণক্যক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ দাৰ্শনিক আৰু পণ্ডিত বুলি গণ্য কৰা হয়। তেওঁৰ বহু কথা আজিও সমানেই প্ৰাসংগিক। বৰ্তমান সময়ত...

Read moreDetails

বয়স মাত্ৰ ১১ বছৰ কিন্তু কোটি টকা উপাৰ্জন কৰে এইগৰাকী কণমানিয়ে। কেনেকৈ?

বয়স মাত্ৰ ১১ বছৰ কিন্তু কোটি টকা উপাৰ্জন কৰে এইগৰাকী কণমানিয়ে। বয়স যে কোনো ক্ষেত্ৰতে বাধা হ’ব নোৱাৰে সেই কথাকেই...

Read moreDetails

‘পত্নী নোহোৱাকৈ প্ৰধানমন্ত্ৰীৰ আৱাসগৃহত থকাটো ভুল!’  লালু প্ৰসাদ যাদৱৰ উপদেশ

ৰাষ্ট্ৰীয় জনতা দল নেতা লালু প্ৰসাদ যাদৱ তেওঁৰ অনন্য ভংগীমা, শৈলী আৰু হাস্যৰসময়ী মন্তব্যৰ বাবে সমগ্ৰ ভাৰততে পৰিচিত। বৃহস্পতিবাৰে পাটনাত...

Read moreDetails

সঁচাকৈয়ে আহিল নেকি মোডী চৰকাৰৰ ‘ভাল দিন’? দেশত এতিয়া ভিক্ষাৰীও কোটিপতি

ভিক্ষাৰী আকৌ ধনী হ’ব পাৰে নে? আচৰিত হ’লেও এয়া সঁচা। ভিক্ষা কৰি কৰি কোটিপতি হ’ল দেশৰ এজন ব্যক্তি। আজি সেয়ে...

Read moreDetails

২০২৪ ৰ লোকসভা নিৰ্বাচনত ৪০০তকৈও অধিক আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে : নোমল মমিন

আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি আস্থা প্ৰকাশ কৰি অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে বৃহস্পতিবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

Read moreDetails

উপায়হীন ঠিকাদাৰ! চৰকাৰে বিল পৰিশোধ নকৰাৰ বাবে ডিজিপি কাৰ্যালয়ত সমবেত ঠিকাদাৰৰ দল

আজি অসম আৰক্ষী সঞ্চালয়ক প্ৰধানৰ মুখ্য কাৰ্যালয়ত একাংশ ঠিকাদাৰে অৱস্থান কৰে। চৰকাৰী কামৰ বিল পৰিশোধ নকৰাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত...

Read moreDetails

ৰে’ল আৰক্ষী বিষয়াৰ মানৱীয়তা, অসুখীয়া যাত্ৰীক কান্ধত তুলি দেখুৱালে মানৱতাৰ নিদৰ্শন

যাত্ৰীৰ সুৰক্ষা আৰু ৰেল সুৰক্ষাৰ ক্ষেত্ৰত আৰ পি এফ বা ৰেলৱে সুৰক্ষা বাহিনীয়ে তীব্ৰভাৱে কাম কৰি আহিছে। এই কথা আকৌ...

Read moreDetails
Page 843 of 1516 1 … 842 843 844 … 1,516

Stay Connected

Recent News