জম্মু-কাশ্মীৰৰ বান্দীপোৰা জিলাত বুধবাৰে সন্ধিয়া সন্ত্ৰাসবাদীৰ গুলীত নিহত হয় বিজেপি নেতা ৱাছীম বাৰী। সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণটোত ৱাছীমৰ পিতৃ আৰু ভাতৃৰো...
Read moreDetailsক’ৰ’নাতংকৰ বাবে চলিত বৰ্ষৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা বাতিল কৰা হৈছে। বুধবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে জনালে...
Read moreDetailsৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে বিশ্ববিখ্যাত হাভাৰ্ড বিশ্বিবদ্যালয় আৰু মাচাছুচেটছ ইনষ্টিটিউট অৱ টেকন’লজীয়ে। সোমবাৰে মাৰ্কিন ইমিগ্ৰেশ্যন এণ্ড...
Read moreDetailsক্ৰমাৎ জটিল পৰিস্থিতিলৈ গৈ আছে দেশৰ কোভিড১৯ পৰিস্থিতি। এটা দিনৰ ভিতৰতে ভাৰতত কোভিড১৯ত আক্ৰান্ত হৈছে ২৫ হাজাৰোধিক লোক। কালি দিনটোত...
Read moreDetailsবিশ্বজুৰি এতিয়া মহামাৰী ক’ৰ’ণাৰ আতংক। ক’ৰ’ণা ভাইৰাছে সৰ্বাধিক ক্ষতি কৰা দেশ সমূহৰ ভিতৰত ইটালীও এখন। ইটালীত এতিয়ালৈকে ২,৪১,৮১৯ গৰাকী...
Read moreDetailsকাৰাৰুদ্ধ অখিলৰ কাৰাগাৰৰ ভিতৰত আজি অতিক্ৰম কৰিলে ২১০ টা দিন। আজিও ৰাজ্যৰ বিভিন্ন থানাত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈ আছে...
Read moreDetailsদেশৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান ষ্টেটবেংকৰ হোম লোনৰ গ্ৰাহকসকল ১০ জুলাইৰ পিছত উপকৃত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ষ্টেটবেংকে প্ৰকাশ কৰা তথ্য...
Read moreDetailsবিশ্বৰ কোটি কোটি মানুহে ব্যৱহাৰ কৰা চীনৰ অতি জনপ্ৰিয় এপ TikTok ভাৰত চৰকাৰে নিষিদ্ধ কৰাৰ পিছত TikTok ব্যৱহাৰকাৰী বহু...
Read moreDetailsক’ৰ’ণা ভাইৰাছে সৰু-বৰ,ধনী- দুখীয়া, প্ৰভাৱশালী-প্ৰভাৱহীন কাকো চিনি নাপায়। সেই বাবেই কৰ’ৱাত যদি ৰাষ্ট্ৰপতি আক্ৰান্ত হৈছে ক’ৰ’ণাত, কৰ’ৱাত আকৌ মন্ত্ৰী- বিধায়কক...
Read moreDetailsকুকুৰ, কুকুৰ, কেৱল কুকুৰ...দেশৰ সৰু-বৰ যিকোনো অঞ্চলৰ যিপিনেই চায় দেখিব এটা হ’লেও কুকুৰ। দেশত থকা গৰাকী বিহীন কুকুৰৰ সংখ্যা হৈছে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd