আই পি এল ২০২৫লৈ যশপ্ৰীত বুমৰাহৰ প্ৰত্যাৱৰ্তনৰ খবৰে অনুৰাগীৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে। কিন্তু তেওঁ প্ৰথম মেচ কেতিয়া খেলিব, সেয়া...
Read moreDetailsকলেজ চৌহদত সহপাঠীৰ সৈতে ক্ৰিকেট খেলি আছিল ২১ বছৰীয়া যুৱকজনে। খেলাৰ মাজতে ঘটিল অঘটন। হঠাৎ যুৱকজন মাটিত লুটি খাই পৰিল।...
Read moreDetailsবেটছমেনসকলে মেচৰ আৰম্ভণিতে জয়ৰ ভেটি তৈয়াৰ কৰিছিল। তাৰপিছত ৰাজস্থানৰ বলাৰসকলে শীতল মগজুৰে খেলখন শেষ কৰে। প্ৰথমে বেটিং কৰি যশস্বী, সঞ্জু,...
Read moreDetailsতেওঁ ২৭ কোটিৰ তাৰকা। কেৱল অধিনায়ক হিচাপেই নহয়, বেটছমেন হিচাপেও তেওঁৰ পৰা ফ্ৰেঞ্চাইজিৰ মালিকৰ পৰা অনুৰাগীলৈকে সকলোৰে আশা বহুত। কিন্তু...
Read moreDetailsআৰ জে মাহভাশৰ ছ’চিয়েল মিডিয়া পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যুজবেন্দ্ৰ চাহাল। চাহালৰ নাম মাহভাশৰ সৈতে জড়িত...
Read moreDetails২০২৫ বৰ্ষৰ ভাৰতীয় দলৰ ঘৰুৱা ছিজনৰ সূচী প্ৰকাশ কৰিলে বিচিচিআইয়ে। এই ছিজনত টীম ইণ্ডিয়াই ৪খন টেষ্ট, ৩খন এদিনীয়া আৰু ৫খন...
Read moreDetailsঘৰুৱা খেলপথাৰতে পৰাস্ত হয় ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু। পূৰ্বৰ দুখন মেচত জয়লাভ কৰি আইপিএল লীগ তালিকাৰ শীৰ্ষত আছিল। কিন্তু দলটোৱে ঘৰুৱা...
Read moreDetailsজয়ী হ’বলৈ প্ৰয়োজন হৈছিল মাত্ৰ ১১৭ ৰানৰ। ক’ব পাৰি যে মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত তেনে কোনো চাপেই নাছিল। এটা সৰু লক্ষ্য...
Read moreDetailsভিয়েটনামৰ হানয়ত অনুষ্ঠিত হোৱা দশম বিশ্ব যোগাসন চেম্পিয়নশ্বিপ, ২০২৫ত মণিপুৰৰ দহজন যোগাসন খেলুৱৈ ভাৰতৰ হৈ অংশগ্ৰহণ কৰে। দলটোৱে ৬টা স্বৰ্ণ...
Read moreDetailsশ্বেন ৱাৰ্ণৰ মৃত্যুৰ সন্দৰ্ভত এতিয়াও প্ৰশ্ন ৰৈ গৈছে। শেহতীয়াকৈ ডেইলী মেইলৰ এক বাতৰিয়ে হঠাতে এইগৰাকী কিংবদন্তি ক্ৰিকেটাৰৰ মৃত্যুৰ কাৰণক লৈ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd