সাৱধান: জানি থওঁক কেনে বিবাহ বৰ্হিভূত ডেটিং এপে আউল লগাব পাৰে কাৰোৱাৰ সাংসাৰিক জীৱনত
মোবাইল ফোনটো এতিয়া মানুহৰ এৰাব নোৱাৰা সংগী হৈ পৰিছে। ফোনটোৰ বাবেই বহুতৰে সংসাৰত কাজিয়া-পেছালৰো সৃষ্টি হৈ আহিছে। মোবাইল ফোনটোৱে ভাৰ্চুৱেল...
Read moreমোবাইল ফোনটো এতিয়া মানুহৰ এৰাব নোৱাৰা সংগী হৈ পৰিছে। ফোনটোৰ বাবেই বহুতৰে সংসাৰত কাজিয়া-পেছালৰো সৃষ্টি হৈ আহিছে। মোবাইল ফোনটোৱে ভাৰ্চুৱেল...
Read moreগুগলে ২০২১চনত বহু নতুন নিয়ম লৈ আনিছে। ইয়াৰ ভিতৰত গুগল ফটোজে বিনামূলীয়াকৈ ছবি ৰখাৰ সুবিধা তুলি দিয়াৰ লগতে নিষ্ক্ৰিয় একাউন্ট...
Read moreকথাতে কয় জন্ম,মৃত্যু, বিবাহ কেতিয়া-ক’ত হয় সেয়া কোনেও কব নোৱাৰে। কিন্তু ক’ব নোৱাৰা বহু কথাই এতিয়া বিজ্ঞানৰ বলত মানুহে কব...
Read moreএক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ভাৰত। এই দুৰ্ঘটনা আকৌ পৃথিৱীত হোৱা দুৰ্ঘটনা নহয়,এই দুৰ্ঘটনা সংঘটিত হবলৈ ধৰিছিল মহাকাশত। মহাকাশ...
Read moreবিশ্বৰ প্ৰথমটো বীজাণু প্ৰতিৰোধক (anti-bacterial) স্মাৰ্টফোন ‘কেট এছ ৪২’ বজাৰলৈ লৈ আনিছে ৰিডিং ভিত্তিক সংস্থা বুলিটে। মসৃন, প্ৰযুক্তিসমৃদ্ধ তথা সম্পূৰ্ণ...
Read moreমহাকাশত পুনৰ উপগ্ৰহ পঠাবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো। কৰ’না পৰিস্থিতিত আন সংস্থাসমূহৰ দৰে ইছৰোৰো কামকাজ বন্ধ হৈ...
Read moreWhatsApp Pay ৰ জৰিয়তে পেমেন্ট চিষ্টেম আৰম্ভ কৰাৰ বাবে চৰকাৰ অনুমতি লাভ কৰিছে মাৰ্ক জুকাৰবাৰ্গৰ সংস্থাটোৱে। দুবছৰ ধৰি বিটা মোডত...
Read moreবিশ্বদৰবাৰত জিলিকি উঠিল এগৰাকী অসমীয়া বিজ্ঞানী। জন্মসুত্ৰে নগাঁৱৰ ড০ জগন্নাথ বিশ্বকৰ্ম্মাই গৱেষণাৰ দ্বাৰা নতুন সূত্ৰ উদ্ভাৱন কৰি ভাৰত তথা অসমলৈ...
Read moreজনপ্ৰিয় মচেজিং এপ হোৱাটছএপত বৰ্তমান প্ৰতিদিনে ১০ হাজাৰ কোটি মেচেজৰ আদান-প্ৰদান হয়। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী মাৰ্ক জুকাৰবাৰ্গে এই তথ্য সদৰী...
Read moreবহুদিন ধৰি য়ুজাৰসকলে এইটো বিচাৰি আহিছিল। সেয়েহে, জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপে এইবাৰ চিৰদিনৰ বাবে চ্যাট মিউট কৰাৰ সুবিধা আনিছে। আইঅ’এছ...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd