শীর্ষ সংবাদ

বৃদ্ধি পালে সাংসদৰ দৰমহা, ভাট্টা আৰু পেঞ্চন : কিমান বৃদ্ধি হৈছে জানো আহক

বৃদ্ধি পাইছে সাংসদসকলৰ দৰমহা। দৰমহাৰ উপৰিও দৈনিক ভাট্টা আৰু পেঞ্চনো বৃদ্ধি পাইছে।  কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা বিভাগে জাৰি কৰা গেজেট অধিসূচনাত...

Read moreDetails

লোকসভাত গৃহীত হ’ল ট্ৰাম্পৰ আৰ্হিত প্ৰস্তুত কৰা মোডীৰ ‘অভিবাসন আৰু বিদেশী বিধেয়ক’

‘ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ বিল, ২০২৫’ (অভিবাসন আৰু বিদেশী বিধেয়ক) লোকসভাত গৃহীত হ’ল। বৃহস্পতিবাৰে লোকসভাত এই বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়ত কেন্দ্ৰীয়...

Read moreDetails

পৰ্টেলৰ সাংবাদিকক ‘সাংবাদিক’ বুলি গণ্য নকৰে মুখ্যমন্ত্ৰীয়ে : সাংবাদিক দিলোৱাৰ হুছেইনৰ ‘বৃত্তি’ সম্পৰ্কে প্ৰশ্ন তুলিলে হিমন্ত বিশ্ব শৰ্মাই

বৃহস্পতিবাৰে এক সংবাদমেলত সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত মুখ খুলিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ...

Read moreDetails

ভিছা জালিয়াতিৰ বিৰুদ্ধে আমেৰিকান দূতাবাসৰ কঠোৰ পদক্ষেপ! ২০০০ ভাৰতীয়ৰ আবেদন নাকচ

মানুহৰ সলনি ভিছাৰ বাবে আবেদন কৰিছিল স্বয়ংক্ৰিয় ৰবট বা চমুকৈ বট-য়ে! এনে অদ্ভুত অভিযোগত ভাৰতত থকা আমেৰিকান দূতাবাসে প্ৰায় দুহেজাৰ...

Read moreDetails

তিনি মাহৰ অন্তত আলফা(স্বা)-এ মুকলি কৰি দিলে অপহৃত ব্যৱসায়ী বাহাদুৰ চেত্ৰীক

আলফা(স্বা)-এ মুকলি কৰি দিলে ব্যৱসায়ী বাহাদুৰ চেত্ৰীক। প্ৰায় তিনিমাহৰ পিছত নিষিদ্ধঘোষিত সংগঠনটোৱে বৃহস্পতিবাৰে ব্যৱসায়ীগৰাকীক মুকলি কৰি দিয়ে। জানিব পৰা মতে,...

Read moreDetails

ট্ৰাম্পৰ ডাঙৰ সিদ্ধান্ত : বিপদৰ বিশ্বৰ ১২ লাখ শিশুৰ জীৱন

শাসনলৈ আহিয়েই ইটোৰ পিছত সিদ্ধান্ত ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এইবাৰ ট্ৰাম্পৰ আৰু এক ঘোষণাই টোপনি হৰিছে বিশ্ববাসীৰ। বিশ্বৰ...

Read moreDetails

প্ৰতিশোধ পূৰ হোৱা নাই চৰকাৰৰ! সাংবাদিক দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে পুনৰ গোচৰ হ’ল ৰুজু, কাৰাগাৰতে গ্ৰেপ্তাৰ!

পুনৰ কাৰাগাৰৰ পৰাই সাংবাদিক দিলোৱাৰ হুছেইনক জিম্মাত ল’লে পাণবজাৰ আৰক্ষীয়ে। সূত্ৰই জনোৱা মতে, পাণবজাৰ থানাত ৰুজু হোৱা দ্বিতীয়টো গোচৰ সংক্ৰান্তত...

Read moreDetails

কিমান জহিল, কিমান খহিল! বিশ্বৰ শীৰ্ষ ১০ জন ধনী ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল আম্বানী, আদানীৰ চমক

The Hurun Global Rich List 2025 মুক্তি পালে আৰু ইয়াত ডাঙৰ চমক দেখা গৈছে। ভাৰতৰ ধনী ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ...

Read moreDetails

কলিকতাত গ্ৰেপ্তাৰ বৰাক উপত্যকাৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড : জেৰাৰ বাবে অনা হৈছে শ্ৰীভূমিলৈ

পুনৰ অসম আৰক্ষীৰ জালত পৰিছে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ আন এক মাষ্টাৰমাইণ্ড। দীৰ্ঘদিনে পলায়ন কৰি থকা এই ব্যক্তিজনক কলিকতাৰ পৰা গ্ৰেপ্তাৰ...

Read moreDetails

মৰিগাঁৱত ঘৰুৱা বিবাদক লৈ ভাতৃয়ে হত্যা কৰিলে ভগ্নীক

মৰিগাঁৱৰ মণিপুৰ ওজাৰীত বুধবাৰে সন্ধিয়া ঘৰুৱা বিবাদৰ মাজতে এজন ভাতৃয়ে নিজৰ ভগ্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি, পাৰিবাৰিক...

Read moreDetails
Page 1081 of 5978 1 … 1,080 1,081 1,082 … 5,978

Stay Connected

Recent News