• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ নিয়ন্ত্ৰণ ৰেখাত নিৰীহ লোকক লক্ষ্য কৰি নিৰ্লজ্জ পাকিস্তানৰ গুলীচালনা, শ্বহীদ এজন জোৱান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2025 10:59 am
271
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানে পুনৰ সীমা অতিক্ৰম কৰিছে। ভাৰতে পাকিস্তানত প্ৰৱেশ কৰি সন্ত্ৰাসবাদী শিবিৰসমূহক নিৰ্বাচিতভাৱে লক্ষ্য কৰি লোৱাৰ বিপৰীতে নিৰীহ সাধাৰণ নাগৰিকক যাতে হত্যা নকৰে তাৰ প্ৰতি সংবেদনশীল হৈ থকাৰ সময়তে পাকিস্তানে নিৰ্লজ্জভাৱে নিয়ন্ত্ৰণ ৰেখাৰ কাষত বসবাস কৰা নিৰীহ সাধাৰণ নাগৰিকক নিৰ্বাচিতভাৱে লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰিছে। মঙলবাৰে নিশা অপাৰেচন সিন্দূৰৰ পাছত এই আক্ৰমণ বৃদ্ধি পাইছে। বুধবাৰে নিশা পাকিস্তানী সেনাই নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বাচিতভাৱে গুলীচালনা কৰে। খবৰ অনুসৰি এজন ভাৰতীয় জোৱান শ্বহীদ হয়।

পেহেলগাম আক্ৰমণৰ পিছৰে পৰা পাকিস্তানী সেনাই নিয়ন্ত্ৰণ ৰেখাত যুদ্ধ বিৰতি উলংঘা কৰি আহিছে। অৱশ্যে মঙলবাৰৰ পৰা এই তীব্ৰতা যথেষ্ট বৃদ্ধি পাইছে। অপাৰেচন সিন্দূৰৰ পূৰ্বে পাকিস্তানী সেনাই মূলতঃ ভাৰতীয় সেনাৰ ঘাটিত লঘু মেচিনগান আৰু ক্ষুদ্ৰ অস্ত্ৰ নিক্ষেপ কৰিছিল। কিন্তু মঙলবাৰৰ পাছত এই আক্ৰমণৰ স্বৰূপ সম্পূৰ্ণৰূপে সলনি হৈছে। বুধবাৰে পুৱা পাকিস্তানৰ আক্ৰমণত ১২ জন কাশ্মীৰী সাধাৰণ নাগৰিক নিহত হোৱাৰ খবৰ ওলাইছিল। আহত হয় ৩০ জন লোক। বৃহস্পতিবাৰৰ পুৱালৈকে মৃত্যুৰ সংখ্যা ১৫লৈ বৃদ্ধি পাইছে।

ভাৰতীয় সেনাই জনাইছে যে, বুধবাৰে নিশা পাকিস্তানী সেনাইও নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি প্ৰচণ্ড গুলীচালনাৰ আশ্ৰয় লৈছিল। লক্ষ্য কৰা অঞ্চলসমূহ হৈছে কুপৱাৰা, আখনূৰ, আৰু পুঞ্চ খণ্ডৰ জনবসতিপূৰ্ণ গাঁওসমূহ। খবৰ আহিছে যে সেনাই উপযুক্ত উত্তৰ দিছে।

বুধবাৰে নিশাৰ এই আক্ৰমণত সাধাৰণ লোকৰ মৃত্যুৰ কোনো নতুন খবৰ পোৱা নাই যদিও এজন জোৱান শ্বহীদ হয়। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, কৰ্ণা ছেক্টৰত পাকিস্তানৰ গুলীচালনাৰ প্ৰতি সঁহাৰি জনাই দীনেশ কুমাৰ নামৰ সেনা জোৱান এজন শ্বহীদ হয়। অৱশ্যে আনুষ্ঠানিকভাৱে এই মৃত্যুৰ খবৰ সেনাই দিয়া নাই।

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd