• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত থাকি পাকিস্তানক সমৰ্থন! হায়দৰাবাদৰ ‘কাৰাচী বেকাৰী’ পুনৰ হিন্দুত্ববাদী কৰ্মীৰ ক্ষোভৰ সন্মুখীন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2025 3:36 pm
179
VIEWS
Share on FacebookShare on Twitter

অপাৰেচন সিন্দূৰৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে। এনে পৰিস্থিতিত হায়দৰাবাদস্থিত কোম্পানী ‘কাৰাচী বেকাৰী’ পুনৰবাৰ হিন্দুত্ববাদী দলৰ ৰোষৰ সন্মুখীন হ’ল। জানিব পৰা মতে, যোৱা ৪৮ ঘণ্টাত হায়দৰাবাদকে ধৰি সমগ্ৰ দেশতে ‘কাৰাচী বেকাৰী’ৰ বিভিন্ন শাখাত আক্রমণ হৈছে৷ ভাঙি-ছিঙি যোৱাৰ উপৰিও কৰ্তৃপক্ষলৈ ভাবুকি পত্ৰও প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাৰ পিছত আতংকিত হৈ পৰিছে খাদ্য কোম্পানীটোৰ বৰ্তমানৰ মালিক।

এই সন্দৰ্ভত তেলেংগানা বজৰংগ দলৰ আহ্বায়ক শিৱৰামে কয় যে, “ভাৰতৰ পৰা পাকিস্তানক সমৰ্থন কৰাসকলে দেশ এৰি যাব লাগে। কাৰাচী বেকাৰীৰ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে। সেয়েহে ইয়াৰ নাম সলনি কৰিব লাগে। যদি তেওঁলোকে নাম সলনি নকৰে তেন্তে আমি সলনি কৰিম।”

এনে পৰিস্থিতিত সংগঠনটোৱে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিছিল, কিছু পৰিমাণে বাধ্যতামূলক। তাত তেওঁলোকে লিখিছে, ‘কৰাচী বেকাৰী ১০০ শতাংশ ভাৰতীয় ব্ৰেণ্ড।’ এই নামটো আমাৰ ইতিহাসৰ অংশ। ইয়াৰ আঁৰত আন কোনো উদ্দেশ্য নাই।’ কেৱল সেয়াই নহয়, কোম্পানীটোৱে হায়দৰাবাদত থকা তেওঁলোকৰ দোকানৰ প্ৰৱেশদ্বাৰতো ভাৰতীয় পতাকা ওলোমাই থৈছে। কিন্তু এতিয়াও ওৰ পৰা নাই বিতৰ্কৰ।

প্ৰসংগক্ৰমে ‘কৰচী বেকাৰী’ৰ যাত্ৰা আৰম্ভ হৈছিল দেশ বিভাজনৰ কেইবছৰমান পিছত ১৯৫৩ চনত। খানচন্দ ৰামনানী নামৰ এজন হিন্দু অনুপ্ৰৱেশকাৰীয়ে ইয়াক প্ৰতিষ্ঠা কৰিছিল। কাৰাচীৰ পৰা ভাৰতলৈ আহিছিল। সেই উৎসৰ ওপৰত ভিত্তি কৰি “কৰাচী বেকাৰী” নামটো বাছি লয়। ইয়াৰ পূৰ্বেও একাধিকবাৰ আক্ৰমণৰ সাক্ষী হৈছে এই বেকাৰীখন। বিশেষকৈ যেতিয়া ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় তেতিয়া ‘কাৰাচী বেকাৰী’ কৰ্তৃপক্ষৰ ৰোষৰ সন্মুখীন হয়। এইবাৰো ইয়াৰ ব্যতিক্ৰম নাছিল।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd