শীর্ষ সংবাদ

ক্ৰাইষ্টচাৰ্চত দুৰ্বাদল প্ৰতিদ্বন্দ্বিতা; ছন্দ হেৰুৱাই ইংলেণ্ডৰ হাতত পৰাজয়ৰ মুখত নিউজিলেণ্ড!

ক্ৰাইষ্টচাৰ্চত উদযাপিত হোৱাৰ দিশত ইংলেণ্ডৰ দিন। ৩১৯ ৰানেৰে দিনটোৰ আৰম্ভণি কৰা ইংলেণ্ডে প্ৰথম ইনিংছত ৪৯৯ ৰান সংগ্ৰহ কৰে। লাভ কৰে...

Read moreDetails

চীনত উদ্ধাৰ বিশ্বৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰ! ১,০০০ মেট্রিক টন সোণ জমা আছে চীনৰ ভূগৰ্ভত

প্ৰকৃতিয়ে চীনক প্ৰদান কৰিছে আন এক ঐশ্বৰ্য। ৰঙা চীন হ’বলৈ গৈ আছে স্বৰ্ণ চীন। চীনৰ হুনান প্ৰদেশৰ পিংজিয়াং কাউণ্টিত আৱিস্কাৰ...

Read moreDetails

কুম্ভ মেলা ২০২৫ৰ বাবে ৯৯২খন বিশেষ ট্ৰেইনৰ ব্যৱস্থা ভাৰতীয় ৰে’লৱেৰ

২০২৫ চনৰ কুম্ভ মেলাৰ পূৰ্বে ৰে’ল মন্ত্ৰালয়ে দৰ্শনাৰ্থীৰ আশা কৰা ধৰণৰ আগমনৰ বাবে ৰে’ল সেৱা বৃদ্ধিৰ এক বিস্তৃত পৰিকল্পনা কৰিছে।...

Read moreDetails

Team India’s New Jersey: কলাৰত নহয়, এইবাৰ কান্ধত ট্ৰাই-কালাৰ; এদিনীয়াৰ নতুন জাৰ্চি মুকলি ভাৰতৰ

সাধাৰণতে আইচিচিৰ কোনো ইভেণ্টৰ পূৰ্বে সকলো দলে নিজৰ নতুন জাৰ্চি মুকলি কৰা দেখা যায়। নাইবা নতুন ছিজন আৰম্ভ হোৱাৰ আগতেই...

Read moreDetails

ছেবিত এক নতুন নিযুক্তি প্ৰক্ৰিয়াক লৈ আপত্তি তুলিলে সংস্থাটোৰ বিষয়াসকলে!

ছেবিৰ অধ্যক্ষ মাধৱী পুৰি বুচৰ বিৰুদ্ধে কিছু চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে সেই অভিযোগ মাধৱীয়ে অস্বীকাৰ কৰি আহিছে। ইয়াৰ মাজতে...

Read moreDetails

বিগত দুবছৰত সৰ্বনিম্ন দেশৰ জিডিপি বৃদ্ধিৰ হাৰ; ৫.৪ শতাংশলৈ পালে হ্ৰাস

ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ হ্ৰাস পাইছে। শুকুৰবাৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰে এনে এক প্ৰতিবেদন। য’ত দাবী কৰা হৈছে যে...

Read moreDetails

বয়স অনুসৰি কিমান সময় খোজ কঢ়া উচিত? চাই লওক চিকিৎসকে দিয়া তালিকা

বৰ্তমান ব্যস্ত জীৱনত সুস্থ হৈ থকাটো কঠিন। সময়ৰ অভাৱত বহুতে জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিব নোৱাৰে। বিশেষজ্ঞসকলৰ মতে সুস্থ হৈ থকাৰ...

Read moreDetails

কিমাশ্চৰ্যম! কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত লিঅ’নাৰ্ডোৰ মনালিছাক ভাৰতীয় ৰূপ প্ৰদান ছাত্ৰৰ

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট ৰাঁচীৰ এগৰাকী ছাত্ৰই কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি ইটালীৰ শিল্পী লিঅ’নাৰ্ডো দা ভিঞ্চিৰ মনালিছাৰ ভাৰতীয় সংস্কৰণ...

Read moreDetails

বেংগালুৰুত হত্যাৰ বলি হোৱা মায়া গগৈৰ হত্যাৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ

ইন্দিৰা নগৰৰ এটা চাৰ্ভিচ এপাৰ্টমেণ্টত মৃতদেহ উদ্ধাৰ হোৱা অসমৰ ভ্লগাৰ মায়া গগৈৰ হত্যাকাণ্ডৰ মূল সন্দেহযুক্ত ২১ বছৰীয়া আৰাভ হানয়ক গ্ৰেপ্তাৰ...

Read moreDetails
Page 1308 of 5988 1 … 1,307 1,308 1,309 … 5,988

Stay Connected

Recent News