শীর্ষ সংবাদ

শিৱসাগৰত নৱম গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন; অংশ ল’ব ৭০ খনতকৈ অধিক বিপণীয়ে

শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত আৰু শিৱসাগৰ জিলাবাসীৰ সহযোগত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিবলৈ লোৱা হৈছে নৱম শিৱসাগৰ গ্ৰন্থ উৎসৱ। শিৱসাগৰ...

Read moreDetails

গাজাৰ মছজিদত বিমান আক্ৰমণ চলালে ইজৰাইলে, কমেও ২৪ জন লোকৰ মৃত্যু

ইজৰাইলৰ বাহিনীয়ে পেলেষ্টাইনৰ গাজাৰ এটা মছজিদত বিমান আক্ৰমণ চলাইছে। এই আক্ৰমণত কমেও ২৪ জন লোক নিহত হয়। বাতৰি অনুসৰি, গাজাৰ...

Read moreDetails

শ্বৰ্ট চাৰ্কিটৰ ফলত বিধ্বংসী অগ্নিকাণ্ড, শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ জনৰ

পুৱতি নিশাই ভয়ংকৰ অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে এটা...

Read moreDetails

নুমলীগড়ৰ দেওপাহাৰ অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত দুই অভিযন্তাকে ধৰি ৩ জন

গোলাঘাট জিলাৰ নুমলীগড়ত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। নুমলীগড়ৰ দেওপাহাৰ...

Read moreDetails

মাধৱী পুৰি বুচ কেলেংকাৰী প্ৰসংগ; বিত্তীয় অনিয়মৰ পৰ্যালোচনাৰ বাবে ছেবিক চমন PACৰ

বিগত কেইমাহমানৰ পৰা দেশৰ ৰাষ্ট্ৰীয় শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক সংস্থা ছেবিৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে। একাধিক বিত্তীয় অনিয়মৰ অভিযোগত সংসদীয়...

Read moreDetails

বাণিজ্যিক বৈঠকৰ খৰচৰ বাবদ প্ৰায় ডেৰ কোটি অনাদায়! মহাৰাষ্ট্ৰৰ চৰকাৰলৈ আইনী জাননী চুইছ সংস্থাৰ

ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বাণিজ্যিক বৈঠকত অভ্যৰ্থনা আৰু আপ্যায়ন সেৱাৰ বাবদ প্ৰায় ডেৰ কোটি টকা আদায় দিবলৈ বাকী আছে। এই সন্দৰ্ভত...

Read moreDetails

অসম সন্মিলিত মৰ্চা কৰা হ’ল অসমৰ বিৰোধী মঞ্চৰ নাম; ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ প্ৰস্তুতি!

ৰাজ্যখনৰ বিৰোধী দলসমূহৰ সংঘবদ্ধ সংযুক্ত সংযুক্ত বিৰোধী মঞ্চ, অসমে শনিবাৰে নিজৰ নাম সলনি কৰি অসম সন্মিলিত মৰ্চা বা অসম নামেৰে...

Read moreDetails

শীত তাপ নিয়ন্ত্ৰিত কোঠাত শিক্ষাগ্ৰহণ কৰাৰ সুবিধা পালে ৰাজ্যৰ প্ৰথমখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে

এইবাৰ শীত তাপ নিয়ন্ত্ৰিত কোঠাত শিক্ষাগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। এই বিদ্যালয়খনৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাত সংলগ্ন...

Read moreDetails

বয়সৰ পাৰ্থক্য কিমান হ’লে বাঢ়িব প্ৰেম; পতি-পত্নীৰ মাজত কিমান বছৰৰ বয়সৰ পাৰ্থক্য থকা ভাল?

বয়সৰ বৃহৎ ব্যৱধান আৰু অতি কম বয়সৰ ব্যৱধান থকাৰ পিছতো বহু দম্পতীয়ে সুখেৰে জীয়াই থকা আমি দেখিবলৈ পাওঁ। দুজনৰ মাজত...

Read moreDetails

‘নিৰ্দেশনাত কোনো ভুল নাই’- নিৰ্বাচনী বণ্ডৰ গোচৰৰ পুনৰ বিবেচনাৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচনী বণ্ড ‘অসাংবিধানিক’। উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বেই এনে নিৰ্দেশ দিছিল। এইবাৰ সেই...

Read moreDetails
Page 1403 of 5993 1 … 1,402 1,403 1,404 … 5,993

Stay Connected

Recent News