শীর্ষ সংবাদ

বিলম্ব ন্যায়! ১৫০ টকা উৎকোচ লোৱাৰ অভিযোগ; ৪৪ বছৰ পিছত কেৰাণীক দোষমুক্ত কৰিলে আদালতে

চৰকাৰী কাৰ্যালয়ৰ এজন কেৰাণীয়ে সেৱা প্ৰদানৰ বাবে ১৫০ টকা উৎকোচ লোৱাৰ অভিযোগ আছিল। গোচৰটো ৪৪ বছৰ ধৰি আদালতত চলি আছিল।...

Read moreDetails

ওদালগুৰিত স্বামীক হত্যা কৰাৰ অভিযোগত মহিলা আৰু তেওঁৰ ‘প্ৰেমিক’ক গ্ৰেপ্তাৰ

গুৱাহাটীৰ ডবল মাৰ্ডাৰ ঘটনাৰ তদন্ত অব্যাহত থকাৰ সময়তে ওদালগুৰিত সংঘটিত আন এটা হত্যাকাণ্ডৰ গোচৰত এগৰাকী মহিলা আৰু তেওঁৰ "প্ৰেমিক"ক গ্ৰেপ্তাৰ...

Read moreDetails

বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব তেজস্বী যাদৱ! কি হ’ব নীতিশ কুমাৰৰ ভৱিষ্যৎ?

‘বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব তেজস্বী যাদৱ’ এই দাবী কৰিছে ৰাষ্ট্ৰীয় জনতা দলৰ এগৰাকী বিধায়কে। আৰজেডিৰ বিধায়কগৰাকীৰ দাবী যে হোলীৰ পাছতেই আৰজেডিৰ...

Read moreDetails

দুই মুছলমান যুৱকক জীৱন্তে জ্বলাই হত্যা! আৰক্ষীৰে ঘণিষ্ঠ সম্পৰ্ক হত্যাকাণ্ডৰ অভিযুক্তৰ!

হাৰিয়ানাৰ ভীৱানী জিলাত বাহনসহ দুই মুছলমানক যুৱকক জীৱন্তে জ্বলাই কৰা হত্যাকাণ্ডৰ কেতবোৰ বিস্ফোৰক আৰু ন ন তথ্য পোহৰলৈ আহিছে। এইবাৰ...

Read moreDetails

জ্বলা জুইত ঘিউ ধালিলে বাইডেনে! প্ৰণালীবদ্ধভাৱে লক্ষ্যৰ দিশত আগবাঢ়ি যোৱাৰ হুংকাৰ পুটিনৰ

এটা বছৰ সম্পূৰ্ণ হোৱাৰ দিশে ৰুছ-ইউক্ৰেইন যুদ্ধ। অহা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ‘ইউক্ৰেইন অভিযান’ সম্পূৰ্ণ হ’ব। চলিত এই যুদ্ধৰ মাজতে সোমবাৰে...

Read moreDetails

অৱশেষত উদ্ধাৰ অমৰজ্যোতি দে’ৰ মৃতদেহ: ডাউকী পথত পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ দেহৰ অংগ

সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা গুৱাহাটীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তত আৰু এখোজ আগবাঢ়িছে আৰক্ষী। আজি আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাৰ বলি হোৱা অমৰজ্যোতি...

Read moreDetails

ডিব্ৰুগড়ত চিকিৎসকক আক্ৰমণ: দুই যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত চিকিৎসক

ডিব্ৰুগড়ত দুই যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে এগৰাকী চিকিৎসক। নিজা বাসগৃহতে চিকিৎসক গৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে দুগৰাকী যুৱকৰ বিৰুদ্ধে।...

Read moreDetails

বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত পঁচা মাংস: অসুস্থ শিক্ষাৰ্থী

পুনৰ সংবাদ শিৰোনাম দখল কৰিছে মধ্যাহ্ন ভোজনৰ বিতৰ্কই। মধ্যাহ্ন ভোজনৰ নামত ভোজনৰ অনুপযোগী খাদ্য দিয়াৰ অভিযোগত সময়ে সময়ে সৃষ্টি হোৱা...

Read moreDetails

জোকাই লোৱাৰ পৰিণতি: বিডেনৰ ইউক্ৰেইন ভ্ৰমণে বৃদ্ধি কৰিব যুদ্ধৰ গতি? কি প্ৰতিক্ৰিয়া পুটিনৰ!

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেন সোমবাৰে ইউক্ৰেইনত উপস্থিত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতাগৰাকীয়ে ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ কাষত থিয় হৈ ৰাছিয়াক সতৰ্ক কৰি...

Read moreDetails

গুৱাহাটী ডবল মাৰ্ডাৰ: অভিযুক্ত বন্দনাক লৈ অমৰজ্যোতিৰ মৃতদেহৰ সন্ধানত মেঘালয়লৈ ৰাওনা আৰক্ষী

মহানগৰীত সংঘটিত দুটাকৈ লোমহৰ্ষক, নৃশংস হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। গুৱাহাটীৰ নুনমাটিৰ শিহৰণকাৰী ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে...

Read moreDetails
Page 1558 of 5269 1 1,557 1,558 1,559 5,269

Stay Connected

Recent News