শীর্ষ সংবাদ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

এটা প্ৰচাৰমূলক ভিডিঅ'ত, গুগলৰ নতুন চেটবট 'বাৰ্ড'ক এটা সৰল প্ৰশ্ন সোধা হৈছিল। উত্তৰটো ভুল দিছিল। ফলত নিশাটোৰ ভিতৰতে গুগলে মূলধন...

Read moreDetails

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভাতৃ-ভগ্নীৰ প্ৰেমৰ বিষয়ে বহুতো কাহিনী পোৱা যায়। এই মিঠা সম্পৰ্কটো বিপদৰ সন্মুখত হৈ পৰে এক দুৰ্ভেদ্য দুৰ্গ, যি জীৱন আৰু...

Read moreDetails

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

আজি পুৱতি নিশা প্ৰায় ১:৩০ বজাত মাৰ্ঘেৰিটাত এক ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হয় অসম আৰক্ষী আৰু আলফা (স্বাধীন) ৰ মাজত। তিনিচুকীয়া...

Read moreDetails

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

বৈদিক পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত ১৪ ফেব্ৰুৱাৰীত ‘গো আলিংগন দিৱস’ হিচাপে পালন কৰিবলৈ পশু কল্যাণ ব’ৰ্ডে আহ্বান জনোৱা জাননীক কেন্দ্ৰ কৰি...

Read moreDetails

মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

এটা ব্যক্তিগত কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে শোকাৱহভাৱে মৃত্যুক সাবটিবলগীয়া হৈছে সাতগৰাকী শ্ৰমিকে। আজি এই মৰ্মান্তিক ঘটনা সংঘটিত...

Read moreDetails

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

স্বাধীনতা আৰু সমতাৰ দিশলৈ আৰু এক সাহসৰ খোজ আগবঢ়ালে কেৰালাৰ এহাল ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে। দেশত প্ৰথমবাৰৰ বাবে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে জন্ম দিলে...

Read moreDetails

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

ৰাছিয়াৰ পৰা ‘বন্ধু’ ৰাষ্ট্ৰ ভাৰতে তেল ক্ৰয় কৰাত আমেৰিকাৰ কোনো আপত্তি নাই। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ...

Read moreDetails

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

সোমবাৰে প্ৰবল ভূমিকম্পই কঁপাই তোলাৰ পিছত তুৰস্ক আৰু ছিৰিয়াত এতিয়ালৈকে প্ৰায় ১৫,৩৮৩ লোকে প্ৰাণ হেৰুৱাইছে। বিগত চাৰিটা দিন ধৰি ভূমিকম্পই...

Read moreDetails

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

বিগত পাঁচটা বছৰত সমগ্ৰ দেশতে আৰক্ষীৰ জিম্মাত ৬৬৯ গৰাকী ব্যক্তিৰ মৃত্যুৰ গোচৰ পঞ্জীয়ন হৈছে। বুধবাৰে ৰাজ্যসভাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই...

Read moreDetails

মণিপুৰত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা: নিৰাপদে নিষ্ক্ৰিয় কৰিলে আৰক্ষীয়ে

বিংশ শতিকাৰ মাজভাগত সংঘটিত দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা উদ্ধাৰ হয় মণিপুৰত। বুধবাৰে ৰাজ্যখনৰ পৃথক পৃথক স্থানত উদ্ধাৰ হৈছিল বোমা দুটা।...

Read moreDetails
Page 1577 of 5270 1 1,576 1,577 1,578 5,270

Stay Connected

Recent News