শীর্ষ সংবাদ

কাশ্মীৰৰ পৰা আঁতৰিল অনুচ্ছেদ ৩৭০; প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হ’ল ‘বহিৰাগত প্ৰাৰ্থী’

'ভূমিপুত্ৰ' নহ'লেও ভোটাধিকাৰ পাব, আনকি প্ৰতিদ্বন্দ্বিতা কৰাৰো লাভ কৰিব সুযোগ। ২০১৯ চনৰ ৫ আগষ্টত নৰেন্দ্ৰ মোদী চৰকাৰে ৩৭০ অনুচ্ছেদ বাতিল...

Read moreDetails

প্ৰায় ১৬৭কোটিৰ প্ৰাসাদোপম অট্টালিকালৈ যাবলৈ সাজু প্ৰিয়ংকা-নিক

দ্য ছান ইউ এছৰ এক প্ৰতিবেদন অনুসৰি প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছ লছ এঞ্জেলছৰ ঘৰলৈ স্থানান্তৰিত হ’বলৈ সাজু হৈছে।ইতিমধ্যে ২কোটি...

Read moreDetails

মণিপুৰ মোদী চৰকাৰৰ সুশাসনৰ এটা জ্বলন্ত উদাহৰণ নেকি?-প্ৰশ্ন অসম নাগৰিক সমাজৰ

দীৰ্ঘদিন ধৰি হিংসাজৰ্জৰ মণিপুৰত এইবাৰ নিৰ্বাচনী হিংসাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমে। অসম...

Read moreDetails

কৰ্ণাটক বিজেপিত মোক্ষম আঘাত!বিজেপিৰ প্ৰাক্তন মন্ত্ৰীয়ে যোগ দিলে কংগ্ৰেছত

কৰ্ণাটকত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি এক বৃহৎ আঘাতৰ সন্মুখীন হয়। শুকুৰবাৰে কমলৰ শিবিৰৰ পৰা ওলাই আহি কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন...

Read moreDetails

`আমি পাকিস্তানত আছো নেকি?’ কানাড়া ভাষাত কথা কোৱাৰ বাবেই আক্ৰমণৰ বলি অভিনেত্ৰী!

কানাড়া আৰু বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী হৰ্ষিকা পুনাচা আৰু তেওঁৰ পৰিয়াল আক্ৰমণৰ বলি হৈছে। শুকুৰবাৰে এই ঘটনাৰ ভিডিঅ’ আৰু ছবি শ্বেয়াৰ...

Read moreDetails

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ, শীৰ্ষ ৩ টা স্থানত কোন ৫ গৰাকী শিক্ষাৰ্থী?

আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) ঘোষণা কৰিলে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ...

Read moreDetails

HSLC Result: আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল; ক’ত, কেনেকৈ চাব ৰিজাল্ট?

আজি (২০ এপ্ৰিল,২০২৪) ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০.৩০ বজাত ঘোষণা কৰা হ’ব ফলাফল। ছেবাই এক জাননী...

Read moreDetails

CAA-ৰ নিয়মত আপত্তি দৰ্শাই জনোৱা ড০ হীৰেণ গোহাঁইৰ আবেদন সন্দৰ্ভত কেন্দ্ৰ, অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

শেহতীয়াকৈ অধিসূচনা জাৰি কৰা নাগৰিকত্ব সংশোধনী নিয়মক প্ৰত্যাহ্বান জনাই দাখিল কৰা এক আবেদন সন্দৰ্ভত কেন্দ্ৰীয় আৰু অসম চৰকাৰ উভয়ৰে পৰা...

Read moreDetails

পানীত পৰিল জনতাৰ ৰায়! শদিয়াত নদীত ডুবিল ইভিএম কঢ়িওৱা বাহন

অসমত প্ৰথম পৰ্যায়ৰ ভোটদানৰ শেষত ঘটিল বিঘিনী। ইভিএম কঢ়িওৱা বাহন নদীত ডুবিল। দুৰ্ঘটনাৰ কাৰণ হঠাতে বাঢ়ি অহা নদীৰ ঢৌ। নদী...

Read moreDetails

IPL 2024: খুটি লৰিল চেন্নাইৰ, মন জুৰালে ধোনীয়ে; ৰাহুল-ডি ককৰ দুৰ্দান্ত বেটিঙেৰে জয়ৰ ধাৰালৈ উভতিল লক্ষ্ণৌ

লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল খেলখন। ঘৰুৱা দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। কিন্তু দেখা গৈছিল এইখন যেন চেন্নাইৰ চিপক ষ্টেডিয়ামহে। গোটেই...

Read moreDetails
Page 1677 of 6005 1 … 1,676 1,677 1,678 … 6,005

Stay Connected

Recent News