• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পানীত পৰিল জনতাৰ ৰায়! শদিয়াত নদীত ডুবিল ইভিএম কঢ়িওৱা বাহন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2024 8:32 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত প্ৰথম পৰ্যায়ৰ ভোটদানৰ শেষত ঘটিল বিঘিনী। ইভিএম কঢ়িওৱা বাহন নদীত ডুবিল। দুৰ্ঘটনাৰ কাৰণ হঠাতে বাঢ়ি অহা নদীৰ ঢৌ। নদী পাৰ হওঁতে নির্বাচন আয়োগৰ কর্মচাৰী থকা বাহনখন ডুবি যায়৷

তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ দিবাং নদীৰ বাঢ়ি অহা পানীত আংশিকভাৱে ডুব যায় বাহনখন। গাড়ীখন ফেৰীৰে শদিয়াৰ ষ্ট্ৰং ৰুমলৈ লৈ যাওঁতে হঠাৎ নদীৰ ঢৌ বাঢ়ি অহাৰ ফলত নাওখন উলটি যায় আৰু গাড়ীখন আংশিকভাৱে ডুব যায়। অৱশ্যে ডুব যোৱা ফেৰী নাওখনৰ পৰা সময়মতে ৰক্ষা পৰিল নাওৰ চালক আৰু নিৰ্বাচনী বিষয়াসকল।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে এছডিআৰএফৰ এটা দলে নদীখনৰ পৰা বাহনখন আৰু নিৰ্বাচনী সা-সঁজুলিসমূহ উদ্ধাৰ কৰে।

Apply Now

লগতে পঢ়কঃ IPL 2024: খুটি লৰিল চেন্নাইৰ, মন জুৰালে ধোনীয়ে; ৰাহুল-ডি ককৰ দুৰ্দান্ত বেটিঙেৰে জয়ৰ ধাৰালৈ উভতিল লক্ষ্ণৌ

ভোটগ্ৰহণৰ অন্তত ইলেক্ট্ৰনিক ভোটিং মেচিন কঢ়িয়াই অনা এছ ইউ ভিখন  লখিমপুৰ সমষ্টিৰ নদীখনত আংশিকভাৱে ডুব যায়। উদ্ধাৰ কৰা ইভিএমসমূহ অক্ষত অৱ স্থাত আছেনে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

তদুপৰি, লখিমপুৰৰ বিহপুৰীয়াৰ কমেও তিনিটা ভোটকেন্দ্ৰ, হোজাই, কলিয়াবৰ আৰু বোকাখাতৰ এটাকৈ আৰু ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ এটাকৈ ভোটকেন্দ্ৰৰ পৰা ইভিএমৰ বিজুতিৰ খবৰ পোৱা গৈছে।

শুকুৰবাৰে অসমৰ ৫টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৭০.৭৭ শতাংশতকৈ অধিক ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰে। পুৱাৰ পৰা বুথৰ বাহিৰত দীঘলীয়া লাইন দেখা গৈছিল। সকলো বুথতে ভোটগ্ৰহণ শান্তিপূৰ্ণ আছিল বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ মৰ্মান্তিক! স্কটলেণ্ডৰ জলপ্ৰপাতত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

প্রথম পর্যায়ৰ ভোটগ্ৰহণত অন্যতম বিশিষ্ট প্রার্থী আছিল প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল৷ সেই ডিব্ৰুগড়ৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে লুৰিণজ্যোতি গগৈয়ে। যোৰহাটৰ পৰা কংগ্ৰেছৰ লোকসভাৰ উপ দলনেতা গৌৰৱ গগৈয়ে বৰ্তমানৰ বিজেপি সাংসদ তপন গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰথম পৰ্যায়ত লখিমপুৰৰ পৰা সাংসদ প্ৰদান বৰুৱা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু শাসকীয় দলৰ বিধায়ক ৰঞ্জিত দত্তও আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd