• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! স্কটলেণ্ডৰ জলপ্ৰপাতত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2024 7:10 am
9.3k
VIEWS
Share on FacebookShare on Twitter

স্কটলেণ্ডৰ দাণ্ডী বিশ্ববিদ্যালয়ত অধ্যয়নৰত দুজন ভাৰতীয় ছাত্ৰই স্কটিছ জলপ্ৰপাতত হোৱা এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ খবৰ পোহৰলৈ আহিছে। ব্ৰিটেইনৰ নিউজ পৰ্টেল দ্য কুৰিয়ৰে প্ৰকাশ কৰিছে এই খবৰ।

বুধবাৰে ব্লেয়াৰ এথলৰ টুমেল জলপ্ৰপাতৰ লিন অফ টুমেল জলপ্ৰপাতৰ সমীপত বন্ধুৰ সৈতে ‘হাইকিং’ উপভোগ কৰি আছিল জিতেন্দ্ৰনাথ কাৰুতুৰি আৰু চাণক্য বলিছেট্টী নামৰ দুগৰাকী ভাৰতীয় ছাত্ৰই।

খবৰ অনুসৰি, ফটো তুলিবলৈ চেষ্টা কৰি থকা অৱস্থাত তেওঁলোক পানীত পৰি যায়।

জিতু আৰু চাণক্য দুয়োজনেই দাণ্ডী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞান আৰু অভিযান্ত্ৰিক বিষয়ৰ ছাত্ৰ।

স্কটলেণ্ড আৰক্ষীৰ এগৰাকী মুখপাত্ৰই কয় যে, “বুধবাৰে সন্ধিয়া ৭ বজাত ব্লেয়াৰ এথলৰ ওচৰৰ লিন অৱ টামেল জলপ্ৰপাতৰ পানীত ২২ আৰু ২৬ বছৰীয়া দুজন লোকৰ মৃতূৰ খবৰ পাইছিলোঁ। তাৰ পিছত অভিযান চলাই পানীৰ পৰা দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই মৃত্যুক লৈ এতিয়ালৈকে কোনো সন্দেহজনক পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।

দাণ্ডী বিশ্ববিদ্যালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, “এয়া এক মৰ্মান্তিক দুৰ্ঘটনা যিয়ে আমাক সকলোকে স্তম্ভিত কৰি তুলিছে, আৰু ছাত্ৰ দুজনৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে।

Recent News

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd