শীর্ষ সংবাদ

নিৰ্দয়, নিষ্ঠুৰ! লিভ ইন সংগীক ছুৰিকাঘাত কৰি প্ৰাণ ল’লে মহিলাই

পুনৰ সংবাদ শিৰোনাম দখল কৰিছে এক নৃশংস হত্যাকাণ্ডই। লিভ ইন সংগীৰ হাতত প্ৰাণ হেৰুৱাইছে এগৰাকী যুৱকে। এই জঘন্য হত্যাকাণ্ড সংঘটিত...

Read moreDetails

আমেৰিকাত গুৰুদ্বাৰৰ সমুখত গুলীয়াই হত্যা ভাৰতৰ পৰা যোৱা শিখ সংগীতজ্ঞক

আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ হত্যাৰ বলি হৈছে ভাৰতীয় নাগৰিক। যুক্তৰাষ্ট্ৰৰ আলাবামা প্ৰদেশত এটা গুৰদ্বাৰাৰ বাহিৰত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে এজন...

Read moreDetails

গেৰেজত ৬০ কোটি টকাৰ গাড়ী, ব্যৱসায়ীৰ ঘৰত অভিযান চলাই উদ্ধাৰ কোটি কোটি টকা!

কোটি কোটি টকাৰ কেইবাখনো গাড়ী গেৰেজত ৰখা আছিল। কোনোবাখনৰ দাম যদি ১৬ কোটি, কোনোবা খনৰ দাম ৩ কোটি। সেই তালিকা...

Read moreDetails

ব’ৰ্ডৰ সৈতে হোৱা গোপন চুক্তিতে হাৰ্দিকৰ মুখ ৰক্ষা, স্থান পালে কেন্দ্ৰীয় চুক্তিত! ফাদিল বিস্ফোৰক ৰিপোৰ্ট

ঘৰুৱা ক্ৰিকেট নেখেলাৰ ভিত্তিতে ব’ৰ্ডৰ কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ দিয়া হৈছে শ্ৰেয়াছ আয়াৰ-ঈশান কিষাণক। ক্ৰিকেট মহলত ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি...

Read moreDetails

INDIAত সকাহঃ মহাৰাষ্ট্ৰত আসন ভাগ-বতৰাত মহা বিকাশ আঘাড়ীৰ সেউজ সংকেত

আগন্তুক লোকসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ সময়তে ‘মৃতপ্ৰায়’ বিৰোধী মিত্ৰজোঁট INDIAৰ ভিতৰচৰালৈ ঘূৰি আহিছে কিঞ্চিত উশাহ। নীতিশ কুমাৰে...

Read moreDetails

গুগলৰ বিৰুদ্ধে ৩২টা সংবাদ গোষ্ঠীৰ গোচৰ; ২৩০ কোটি ডলাৰ ক্ষতিপূৰণ দাবী

ইউৰোপৰ ১৩খন দেশৰ ৩২টা মিডিয়া গ্ৰুপে আই টি জায়েন্ট গুগলৰ বিৰুদ্ধে গোচৰ কৰিছে। গুগলৰ বিজ্ঞাপন প্ৰযুক্তিৰ ফলত হোৱা ক্ষতিৰ অভিযোগ...

Read moreDetails

ইউক্ৰেইনলৈ যদি নাটোৱে সৈন্য প্ৰেৰণ কৰে..! ৰাছিয়াৰ সংসদত পুটিনৰ পাৰমাণৱিক যুদ্ধৰ ভাবুকি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বৃহস্পতিবাৰে দেশবাসীক সম্বোধন কৰে। এই সময়ত তেওঁ আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক পাৰমাণৱিক যুদ্ধৰ বিষয়ে সকীয়াই...

Read moreDetails

উচ্চ ন্যায়ালয়েও বিমুখ কৰিলে চিবিআইক; শীঘ্ৰেই অ’টিটিত শ্বীনা বৰা হত্যাকাণ্ডৰ ৰহস্য!

ডকু ছিৰিজ ‘ইন্দ্ৰাণী মুখাৰ্জী: দ্য বাৰিড ট্ৰুথ’ মুক্তিৰ পূৰ্বেই বাধাৰ সন্মুখীন হৈছিল। শ্বীনা বৰা হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত এই ডকু ছিৰিজ।...

Read moreDetails

১ মে’ৰ পৰা বন্ধ হ’ব পাৰে ৰে’ল সেৱা! পুৰণি পেঞ্চনৰ দাবীত ধৰ্মঘটৰ আহ্বান ৰে’ল শ্ৰমিক সংগঠনৰ

নতুন পেঞ্চন আঁচনিখনক লৈ বহু ৰে’ল শ্ৰমিক সংগঠন অতি অসন্তুষ্ট। পুৰণি পেঞ্চন আঁচনিখন শীঘ্ৰে প্ৰৱৰ্তন কৰিবলৈ দাবী জনাইছে। আৰু যদি...

Read moreDetails

বাৰে বাৰে পেৰ’লত মুকলি; ৰাম ৰহিমক পুনৰ জেললৈ ঘূৰাই পঠিওৱাৰ নিৰ্দেশ ক্ষুব্ধ উচ্চ ন্যায়ালয়ৰ

আদালতে নিৰ্দেশ নিদিয়ালৈকে গুৰমীত ৰাম ৰহিম সিঙক পেৰ’লত মুকলি কৰি দিব নোৱাৰিব। অহা ১০ দিনৰ ভিতৰত তেওঁ আত্মসমৰ্পণ কৰিব লাগিব।...

Read moreDetails
Page 1752 of 6009 1 … 1,751 1,752 1,753 … 6,009

Stay Connected

Recent News