শীর্ষ সংবাদ

দিশপুৰ মহাবিদ্যালয়ত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সমাৰোহৰ আয়োজন

অসমৰ উচ্চ শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান দিশপুৰ মহাবিদ্যালয়ত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে দক্ষিণ-পূৱ এছিয়া সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰা হয় । দিশপুৰ মহাবিদ্যালয়ৰ...

Read moreDetails

৩৭০ বাতিল বৈধ, জম্মু-কাশ্মীৰক দিব লাগিব ৰাজ্যৰ মৰ্যাদা : উচ্চতম ন্যায়ালয়

সংবিধানৰ ৩৭০ অনুচ্ছেদক ​​লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ ৰায়। আজিৰ দিনটোতে উচ্চতম ন্যায়ালয়ে কয় যে জম্মু কাশ্মীৰ ভাৰতৰ এক...

Read moreDetails

বিজেপিৰ বৰ্ণবাদৰ বলি হ’ল খোদ বিজেপিৰেই দলিত বিধায়ক

চূড়ান্ত ৰক্ষণশীলতা আৰু ব্ৰাহ্মণ্যবাদ তথা বৰ্ণবাদেৰে যেন ভাৰতক এক বৰ্বৰ দেশলৈ পৰিণত কৰিবলৈ সিদ্ধহস্ত হৈছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ...

Read moreDetails

লোকসভাৰ সিদ্ধান্তক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ নিলম্বিত সাংসদ মহুৱা মৈত্ৰ

ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সুধিবলৈ সাংসদৰ লগইন আই ডি আৰু পাচৱৰ্ড দিয়াৰ অভিযোগত লোকসভাৰ নৈতিকতা সমিতিৰ পৰামৰ্শ মতে লোকসভাৰ অধ্যক্ষ...

Read moreDetails

চাৰে ৩ ঘণ্টাৰ চিনেমাত ৰণবীৰৰ সৈতে অন্তৰংগ ১০ মিনিট; তাতেই তোলপাৰ, ৩০ লাখ ফলোৱাৰ বাঢ়িল তৃপ্তিৰ

বলীউডৰ নতুন ক্ৰাছ তৃপ্তি ডিমৰি। ‘এনিমেল’ চিনেমাত ৰণবীৰ কাপুৰৰ সৈতে এক সাহসী দৃশ্যত অভিনয় কৰি এতিয়া তুমুল চৰ্চাত তৃপ্তি। ছ’চিয়েল...

Read moreDetails

“মানুহে ইমানবোৰ কলাধন কেনেকৈ জমা কৰে..” : বিমুদ্ৰাকৰণক লৈ কি টুইট কৰিছিল কংগ্ৰেছৰ কলংকিত সাংসদ ধীৰজ চাহুৱে

দুর্নীতি প্রতিৰোধ আৰু ক’লা ধন আদায়ৰ বাবে ২০১৬ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিশাৰ ভিতৰতে ৫০০,১০০০ টকীয়া নোট বিমুদ্রাকৰণৰ কথা ঘোষণা...

Read moreDetails

৩৭০ অনুচ্ছেদ কেতিয়াও স্থায়ী নাছিল; ৰায় দিলে দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

উচ্চতম ন্যায়ালয়ে ৩৭০ অনুচ্ছেদ বাতিলৰ গোচৰত ৰায়দান কৰাৰ সময়তে সংসদত আহি উপস্থিত হয় নেশ্যনেল কনফাৰেন্সৰ সভাপতি তথা শ্ৰীনগৰৰ সাংসদ ফাৰুক...

Read moreDetails

১৯ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক; আসন ভাগ-বতৰাক লৈ চৰ্চাৰ সম্ভাৱনা

বৈঠকৰ তাৰিখ আৰু পিছুৱালে। ইণ্ডিয়া মিত্ৰজোঁটৰ চতুৰ্থখন বৈঠক ১৭ ডিচেম্বৰত নহয়, ১৯ ডিচেম্বৰতহে অনুষ্ঠিত হ’ব। দেওবাৰে এই কথা ঘোষণা কৰে...

Read moreDetails

এইবাৰ ওড়িশাৰ মুখ্যমন্ত্ৰীৰ ফটোৰ সৈতে ‘চেলফি পইণ্ট’ৰ নিৰ্দেশনা; কি হ’ব প্ৰধানমন্ত্ৰীৰ ‘চেলফি পইণ্ট’ৰ?

বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ মহাবিদ্যালয়সমূহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বেকগ্ৰাউণ্ডত চিত্ৰিত কৰি “চেলফি পইণ্ট” স্থাপন কৰিবলৈ নিৰ্দেশ দিয়াৰ কিছুদিন পিছতে ওড়িশা...

Read moreDetails

ইৰাণৰ শান্তিৰ নোবেল বঁটা বিজয়ী কাৰাবন্দী নাৰ্গিছ মহম্মদীৰ হৈ বঁটা গ্ৰহণ কৰিলে দুই যমজ সন্তানে

ইৰাণৰ কাৰাবন্দী নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীৰ হৈ তেওঁৰ দুই সন্তানে শান্তিৰ নোবেল বঁটা গ্ৰহণ কৰিছে। নৰৱেৰ অছলোত অনুষ্ঠিত এক...

Read moreDetails
Page 1794 of 5932 1 1,793 1,794 1,795 5,932

Stay Connected

Recent News