২০২০ চনত আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ মৃত্যু হয়। এই দুখৰ খবৰত স্তম্ভিত হৈ পৰে সমগ্ৰ ফুটবল জগত। এই কিংবদন্তি...
Read moreDetails২০২৪ চনৰ লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বিএছপিয়ে। ‘মিত্ৰতা নাকচ’ কৰি মায়াৱতীয়ে দিলে ডাঙৰ বাৰ্তা। বিএছপিৰ অধ্যক্ষই কয়, ধৰ্মৰ আঁৰত...
Read moreDetailsপ্ৰেমৰ বাবে মানুহে কি কি নকৰে! এই যে সময়ৰ বিপক্ষেই অৱতীৰ্ণ হ’ব যুঁজত; প্ৰেমৰ বাবেই কৰি তুলিব অসম্ভৱক সম্ভৱ! প্ৰেমৰ...
Read moreDetailsদিল্লীৰ এটা ব্যক্তিগত কোম্পানীৰ চিইঅ’ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্তই কোম্পানীটোৰ এজন প্ৰাক্তন কনিষ্ঠ সহকৰ্মীক দিল্লীৰ এখন পাঁচ...
Read moreDetailsৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ মাত্ৰ এসপ্তাহ বাকী। শেষ মুহূৰ্তৰ প্ৰস্তুতি চলি আছে। ইতিমধ্যে ১১ হাজাৰৰো অধিক নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা...
Read moreDetailsশীতৰ লগতে কুঁৱলীৰ অত্যধিক প্ৰকোপৰ বাবে দেশত ব্যাহত হৈছে বিমান সেৱা। বিশেষকৈ দেশৰ ৰাজধানী দিল্লীত এই সমস্যাই অধিক গা কৰি...
Read moreDetailsদেওবাৰে উৰুকাৰ নিশাই গুৱাহাটী মহানগৰীৰ বশিষ্ট অঞ্চলত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। পাঁচজনীয়া এটা দলৰ আক্ৰমণৰ লগতে ডকাইতিৰ অভিযোগ তুলিছে...
Read moreDetailsশাৰীৰিক অসুস্থতাৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত অৱশেষত কালি দেহাৱসান ঘটে উৰ্দু সাহিত্যৰ প্ৰখ্যাত কবি মুনাৱাৰ ৰাণাৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স...
Read moreDetailsক্ৰমাগত দ্বিতীয় জয়েৰে আফগানিস্তানৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলা দখল কৰিছে ভাৰতে। কালি ইন্দোৰত অনুষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতে...
Read moreDetailsআপুনিও ভূগিছে নেকি প্ৰস্ৰাৱৰ জ্বলা-পোৰা সমস্যাত? যদি আপুনি প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা অনুভৱ কৰে তেন্তে ই প্ৰস্ৰাৱৰ সংক্ৰমণৰ (UTI) লক্ষণ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd