মণিপুৰৰ থৌবাল জিলাৰ মইজিং গাঁৱত চুবুৰীয়াই ধৰ্ষণ কৰাৰ অভিযোগত এগৰাকী ১৪ বছৰীয়া কিশোৰী গৰ্ভৱতী হোৱাৰ খবৰ পোহৰলৈ আহিছে। এই ঘটনাৰ...
Read moreDetailsপ্ৰথমবাৰৰ বাবে বহিঃৰাজ্য ভ্ৰমণ কৰা লোকসকলে, বেছিভাগ সময়তে, দেশখন ভাৰতৰ ওচৰত হোৱাটো বিচাৰে। দ্বিতীয়তে, ভাৰতীয় মুদ্ৰা সেই দেশৰ মুদ্ৰাতকৈ শক্তিশালী...
Read moreDetailsডিব্ৰুগড় জিলাৰ মৰাণত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। দুৰ্গা পূজা উদযাপনৰ সময়ত এগৰাকী নাবালিকাই আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱায়। এই...
Read moreDetailsগুৱাহাটীৰ হেঙৰাবাৰীত ই-ৰিক্সা চালকৰ হত্যাকাণ্ডৰ সৈতে জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি ধৃত ব্যক্তিজনৰ নাম তিলেশ্বৰ। তিলেশ্বৰ নিজেও...
Read moreDetailsযোগ্যতাৰ পৰিভাষাক প্ৰমাণিত কৰি সোমবাৰে বিশ্বকাপৰ লীগ মেচত পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানে লাভ কৰিলে ঐতিহাসিক বিজয়। এই আকাংক্ষিত জয়েৰে আফগানিস্তানে চলিত...
Read moreDetailsগত ৭ অক্টোবৰত হামাছৰ ইজৰাইল আক্ৰমণে সূচনা কৰা ৰক্তক্ষয়ী যুদ্ধই ইজৰাইল-পেলেষ্টাইনত সম্প্ৰতি বিয়পাই ৰাখিছে কেৱল বিভীষিকাৰ ছাঁ। যুদ্ধৰ এই মৃত্যুকেলীয়ে...
Read moreDetailsবিদায় ল'লে ববিয়ে। ৩১ বছৰ ১৬৫ দিন জীৱন কটাই বিশ্বৰ আটাইতকৈ বয়সীয়াল কুকুৰৰ খ্যাতি বহন কৰি ববিয়ে ল'লে শেষ নিশ্বাস।...
Read moreDetailsক্ৰীড়াত নাই কোনো অঘটনৰ পৰিভাষা। হয়তো থাকিব পাৰে শক্তিশালী অথবা দুৰ্বল অভিধা; কিন্তু জয় কিম্বা পৰাজয়ক কেতিয়াও অঘটনৰ পৰিভাষাৰে বাখ্যা...
Read moreDetailsআমাৰ সকলো সমস্যাৰ উত্তৰ থকা এখন মহাকাব্য হৈছে ভাগৱত গীতা। মহাত্মা গান্ধীয়ে গীতাক আধ্যাত্মিক অভিধান বুলি গণ্য কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ...
Read moreDetailsএক ভয়াৱহ ৰে'ল দুৰ্ঘটনাই জোকাৰি গৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। দুখন ৰে’লৰ সংঘৰ্ষৰ পৰিণতিত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd