শীর্ষ সংবাদ

নিৰ্দোষী! বিজেপিৰ ৱাশ্বিং মেচিনত প্ৰত্যাহাৰ হ’ল বিজেপিৰ মিত্ৰদলৰ নেতা ছগন ভুজবলৰ বিৰুদ্ধে থকা ইডিৰ গোচৰ 

এনচিপিৰ নেতা ছগন ভুজবল আৰু তেওঁৰ ভতিজা সমীৰ ভুজবলৰ বিৰুদ্ধে বলৱৎকাৰী সঞ্চালকালয়ে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ বাবে নিৰ্দেশ দিলে...

Read moreDetails

যদি কংগ্ৰেছ সাংসদৰ ঘৰত ২০০ কোটি আছে তেন্তে বিজেপি সাংসদৰ ঘৰত ১ লাখ কোটি টকা ওলাব : সঞ্জয় ৰাউথ

যদি বিৰোধী ঐক্য ইণ্ডিয়াৰ যিকোনো অংশীদাৰৰ বাবে ২০০ কোটি টকা উপলব্ধ হয় তেন্তে ভাৰতীয় জনতা পাৰ্টিৰ হাতত ১ লাখ কোটি...

Read moreDetails

এমাহৰ ভিতৰত এৰিব লাগিব চৰকাৰী আৱাসগৃহ : মহুৱা মৈত্ৰলৈ জাননী লোকসভাৰ

সাংসদ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত এতিয়া চৰকাৰী বাংলো খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে মহুৱা মৈত্ৰক।  সূত্ৰ অনুসৰি প্ৰাক্তন সাংসদ...

Read moreDetails

দলিত ব্যক্তিৰ গাত থুই মৰা আৰু ভূমি দখলৰ অভিযোগ : বিজেপি বিধায়ক বালমুকুন্দ আচাৰ্যৰ বিৰুদ্ধে দাখিল এজাহাৰ

নিৰ্বাচনত জয়ী হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে ৰাজস্থানৰ হাৱা মহলৰ বিজেপি বিধায়ক বালমুকুন্দ আচাৰ্যই নিজৰ বিতৰ্কিত মন্তব্যৰে শিৰোনাম দখল কৰিছে। এতিয়া অনুসূচিত...

Read moreDetails

JNU চৌহদত ধৰ্ণা-প্ৰতিবাদত নিষেধাজ্ঞা; অমান্য কৰিলে ২০,০০০ টকা জৰিমনা

বিশ্ববিদ্যালয় চৌহদত আৰু ধৰ্না নহ’ব। বিশ্ববিদ্যালয় চৌহদৰ একাডেমিক ভৱনৰ পৰা ১০০ মিটাৰৰ ভিতৰত ধৰ্ণা প্ৰতিবাদ কৰিলে এজন ছাত্ৰই ২০ হাজাৰ...

Read moreDetails

উত্তৰসূৰীৰ ক্ৰিকেটৰ ছন্দত জীপাল বিজয় মাৰ্চেন্ট ট্ৰফী; দ্ৰাবিড়-পুত্ৰৰ বিৰুদ্ধে বিস্ফোৰক ছেহৱাগ পুত্ৰ

ভাৰতীয় দলত সতীৰ্থ আছিল তেওঁলোক। বহুসময়ত দেশৰ হৈ খেলি দুয়ো বিপক্ষৰ নিদ্ৰাহৰণ কৰিছিল। দলৰ বাবে এগৰাকী আছিল দ্য ৱাল আৰু...

Read moreDetails

নাগাৰ লগত বিচ্ছেদ অতীত! বহুদিনৰ মূৰত এক নতুন অধ্যায় আৰম্ভ কৰিলে সামন্থাই

অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুক লৈ চৰ্চাৰ অন্ত নাই। যোৱা দুবছৰত অভিনেত্ৰীগৰাকীৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈছে। ‘পুষ্পা’ৰ পিছত তেওঁৰ কেৰিয়াৰে বিপুল...

Read moreDetails

পেলেষ্টাইনী শিশুৰ সমৰ্থনত এইবাৰ যুদ্ধবিৰতিৰ আহ্বান প্ৰিয়ংকা চোপ্ৰাৰ

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ইজৰাইল-হামাছৰ যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি হিচাপে তেওঁ যুদ্ধবিৰতিৰ আহ্বান জনায়। ইনষ্টাগ্ৰাম ষ্ট’ৰীজত প্ৰিয়ংকাই এটা...

Read moreDetails

চীনৰ গ্ৰাম্য অঞ্চলত এইডছ মহামাৰীৰ ঘটনা পোহৰলৈ অনা ডাঃ গাও ইয়াওজিৰ ৯৫ বছৰত মৃত্যু

নব্বৈৰ দশকত চীনৰ গ্ৰাম্য অঞ্চলত এইডছ ভাইৰাছৰ মহামাৰীৰ ঘটনা পোহৰলৈ অনা চীনৰ প্ৰখ্যাত মহিলা চিকিৎসক তথা স্ব-নিৰ্বাসিত কৰ্মী ডাঃ গাও...

Read moreDetails

পত্নীৰ কথা মানি চলা পুৰুষৰ বেমাৰত পৰাৰ সম্ভাৱনা কম; কোৱা হৈছে গৱেষণাত

ঘৰখন চলোৱাৰ পৰা আৰম্ভ কৰি সন্তান ডাঙৰ-দীঘল কৰালৈকে আনকি স্বামীৰ যত্ন লোৱালৈকে বেছিভাগ সময়তে পত্নীক দায়িত্বশীল ভূমিকাত দেখা যায়। আকৌ...

Read moreDetails
Page 1879 of 6018 1 … 1,878 1,879 1,880 … 6,018

Stay Connected

Recent News