শীর্ষ সংবাদ

নকল বেজী দিয়াৰ পিছতে ৫ গৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যু : সমগ্ৰ ৰাজ্যতে অক্সিটচিন নিষিদ্ধ

ৰাজস্থানৰ চৰকাৰী হাস্পতালত যোগান ধৰা অক্সিটচিন নামৰ এবিধ বেজী মানদণ্ড পৰীক্ষাত ব্যৰ্থ হৈছে। ইয়াৰ পিছতে ৰাজ্যখনৰ ঔষধ নিয়ন্ত্ৰণ বিভাগে সমগ্ৰ...

Read moreDetails

ভাৰতক ‘নৰক’ বুলিছিল ট্ৰাম্পে : দিল্লীত প্ৰশ্নৰ সন্মুখীন হৈ অস্বস্তিত মাৰ্কিন বিদেশ সচিব

ভাৰত ভ্ৰমণলৈ আহি এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ল আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ'। দিল্লীত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে...

Read moreDetails

গৰ্ভপাতৰ পিছত মানসিকভাৱে ভাঙি পৰিছিল ত্বিশা! আৰক্ষীৰ জেৰাত স্বামী সমৰ্থৰ বিস্ফোৰক ভাষ্য

প্ৰাক্তন অভিনেত্ৰী ত্বিশা শৰ্মাৰ মৃত্যুৰ তদন্ত বৰ্তমান চিবিআইৰ হাতত। তেওঁৰ স্বামী সমৰ্থ সিঙক আৰক্ষীয়ে জেৰা কৰাৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ কথা...

Read moreDetails

স্বেচ্ছাচাৰীভাৱে মাচুল আৰোপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ; উদ্বেগ প্ৰকাশ অসম কলেজ অধ্যক্ষ পৰিষদৰ

গুৱাহাটী বিশ্ববিদ্যালয়ে নিজৰ সংযুক্ত মহাবিদ্যালয়সমূহৰ ওপৰত স্বেচ্ছাচাৰীভাৱে মাচুল বৃদ্ধি আৰু নতুন শ্ৰেণীৰ মাচুল অবৈধভাৱে আৰোপ কৰাৰ বিৰুদ্ধে তাৎক্ষণিক হস্তক্ষেপ বিচাৰি...

Read moreDetails

বিজয়ক দেখি মোৰ ঈৰ্ষা হয়! ১৫ বছৰীয়া সংগ্ৰামৰ অন্তত অন্ধ্ৰৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণৰ বিশেষ মন্তব্য

অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী তথা জনসেনা পাৰ্টিৰ প্ৰতিষ্ঠাপক পৱন কল্যাণে শেহতীয়াকৈ তামিলনাডু বিধানসভা নিৰ্বাচনত অভিনেতাৰ পৰা ৰাজনীতিকলৈ ৰূপান্তৰিত হোৱা বিজয়ৰ দ্ৰুত...

Read moreDetails

বিচাৰিছিল এটা সন্তান! ১২ বছৰৰ অপেক্ষাত পাঁচটা সন্তান জন্ম দিলে এগৰাকী মাতৃয়ে 

১২ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত এগৰাকী মহিলাই একেলগে ৫টা সন্তান জন্ম দিছে। এই অবিশ্বাস্য ঘটনাটো ঘটিছে ইথিঅ’পিয়াৰ হাৰাৰি ৰিজিঅ’নেল ষ্টেটত।...

Read moreDetails

জলবায়ু পৰিৱৰ্তন আৰু কংক্ৰিটৰ চহৰৰ প্ৰভাৱ: গ্ৰীষ্মপ্ৰৱাহ আৰু সঘনাই হোৱা বিদ্যুৎ কৰ্তনে ব্যাহত কৰিছে জনজীৱন

জলবায়ু পৰিৱৰ্তন আৰু অবিন্যস্ত নগৰীকৰণৰ ভয়াবহ পৰিণতিস্বৰূপে ভাৰতত এতিয়া দিনৰ সমান্তৰালকৈ নিশাৰ অস্বাভাৱিক গৰমে জনস্বাস্থ্য আৰু শক্তি খণ্ডৰ প্ৰতি তীব্ৰ...

Read moreDetails

“আমি কোনো ফিল্মষ্টাৰ নহয়…” ৰিয়ান পৰাগৰ কথাত বৈভৱ সূৰ্য্যবংশীৰ চাৱনি; মিনিটতে ভাইৰেল ভিডিঅ’

আই পি এল ২০২৬ৰ কোৱালিফায়াৰ মেচৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ আৰু দলৰ যুৱ অ’পেনাৰ বৈভৱ সূৰ্যবংশীৰ এটা আমোদজনক...

Read moreDetails

ইবোলা ভাইৰাছৰ আতংক : আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰীৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিলে ডিজিসিএয়ে

কৰোনা আৰু মাংকিপক্সৰ পাছত এইবাৰ বিশ্বজুৰি ঘাতক ইবোলা ভাইৰাছে নতুনকৈ আতংকৰ সৃষ্টি কৰিছে। ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগো আৰু উগাণ্ডাত ইবোলা...

Read moreDetails

ধন দাবীৰ অভিযোগ! গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ‘মানৱ অধিকাৰ’ সংগঠনৰ বহুৰূপী নেতাক

মহানগৰীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ সৈতে জড়িত ধন দাবীৰ অভিযোগত এজন তথাকথিত সংগঠনৰ সভাপতিক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আৰক্ষীয়ে। সৌন্দৰ্য যোগী ওৰফে...

Read moreDetails
Page 196 of 5929 1 195 196 197 5,929

Stay Connected

Recent News