শীর্ষ সংবাদ

লুনাৰ বিদায়ৰ পিছত চন্দ্ৰত অকলশৰীয়া চন্দ্ৰযান ৩, চন্দ্ৰযানে পঠালে চন্দ্ৰপৃষ্ঠৰ কোনেও নেদেখা ফটো

অপেক্ষা মাত্ৰ ৪৮ ঘণ্টাৰ। মাত্ৰ আৰু ৪৮ ঘণ্টাৰ পিছত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব ভাৰতে। ইতিহাসৰ সাক্ষী হৈ ৰ’ব ভাৰতবাসী।  অৱতৰণৰ আগতেই...

Read moreDetails

গোটেই নিশা চলিল এনকাউণ্টাৰ অভিযান, পুলৱামাত সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী

গোটেই নিশা চলা অভিযানৰ অন্তত অৱশেষত সফলতা লাভ কৰিলে ভাৰতীয় সেনাই। জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তা বাহিনীৰ হাতত নিহত হ’ল দুজন সন্ত্ৰাসবাদী। ...

Read moreDetails

আমেৰিকাত ‘হিলাৰী’ৰ তাণ্ডৱ! খুন্দা মাৰিলে কেলিফৰ্ণিয়াৰ উপকূলত; হ’ল ভূমিকম্পও

দেওবাৰে কেলিফৰ্ণিয়াৰ দক্ষিণ উপকূলত প্ৰবল বৰ্ষাকালীন ধুমুহা "হিলাৰী"য়ে আঘাত হানে। ইয়াৰ পূৰ্বে ধুমুহাই মেক্সিকো অতিক্ৰম কৰে। হিলাৰীয়ে বৃহৎ বান পৰিস্থিতিৰ...

Read moreDetails

সুৰাৰে ৰম-ৰম হৈছে ‘বল বম’ ! গুৱাহাটীত বাগৰি পৰিল ‘বল বম’ৰ গাড়ী, নগাঁৱতো দুৰ্ঘটনাগ্ৰস্ত ’বল বম’ৰ গাড়ী

ভক্তিতকৈ যেন উদ্ভণ্ডালি হে বেছি হৈছে ‘বল বম’ যাত্ৰাত। পবিত্ৰ শাওন মাহত শিৱ পূজাৰ বাবে পানী আনিবলৈ যাত্ৰা কৰা একাংশ...

Read moreDetails

ৰে’লৰ এ চি ডবাত হঠাৎ অসুস্থ ইজনৰ পিছত সিজন যাত্ৰী, মৃত্যু ২ জনৰ! ৰহস্য মৃত্যুক লৈ চাঞ্চল্য

ৰে’লত উঠালৈকে সম্পূৰ্ণ সুস্থ আছিল। কিন্তু ৰে’লখন চলাৰ লগে লগে সকলো সলনি হৈ গ’ল। চলন্ত ৰে’লত হঠাৎ অসুস্থ হৈ পৰে...

Read moreDetails

নিজ গুণেৰে উজলিল ঋতুৰাজ-ৰিংকু; আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টী-২০ জয়েৰে ছিৰিজ দখল ভাৰতৰ

আয়াৰলেণ্ডৰ বিৰুদ্ধে একেৰাহে দ্বিতীয়টো জয়। ভাৰতৰ হাতলৈ টী-২০ ছিৰিজ। এখন মেচ বাকী থকা অৱস্থাত বুমৰাহৰ দলটোৱে ২-০ ব্যৱধানত অগ্ৰগতি লাভ...

Read moreDetails

ফুটপাথত পাচলি কিনি ইউপিআইত ধন পৰিশোধ কৰি ভাৰতৰ ডিজিটেল অৰ্থনীতি ব্যৱস্থাত আপ্লুত জাৰ্মান মন্ত্ৰী

শাসনলপি আহিয়েই ভাৰতক ‘ডিজিটেল ইণ্ডিয়া’ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোডীয়ে। যোৱা ৯ বছৰত দেশ সেই দিশেই আগবাঢ়িছে।  ভাৰতৰ...

Read moreDetails

দীৰ্ঘজীৱন লাভৰ বাবে কেইটামান কিটিপ, এতিয়াই পঢ়ি লওঁক

দীৰ্ঘদিন জীয়াই থকাৰ কোনো নিশ্চিত সূত্ৰ নাই যদিও কেইবাটাও জীৱনশৈলীৰ অভ্যাস আছে যিবোৰ দীৰ্ঘায়ু আৰু সামগ্ৰিক সুস্থতা বৃদ্ধিৰ সৈতে জড়িত।...

Read moreDetails

সাধু বাবাৰ অসাধু কাণ্ড : মাটিত আছাৰি আছাৰি হত্যা কৰিলে ৫ বছৰীয়া নিস্পাপ শিশুক

‘সাধু’ শব্দই মনলৈ আহে এক সুস্থিৰ, নিকা, জ্ঞানী ব্যক্তিত্বৰ ছবি। সেই বুলিয়েই তাবিজ-মাদলী পিন্ধি, চুলি-দাড়ি দীঘল কৰিলেই সাধু হ’ব নোৱাৰিব।...

Read moreDetails

মৰেল পুলিচৰ কাণ্ড : প্ৰেমৰ সম্পৰ্কৰ বাবেই গছত বান্ধি প্ৰহাৰ যুৱক যুৱতীক

বিবাহ বহিৰ্ভূত প্ৰেমৰ সন্দেহত এগৰাকী মহিলা আৰু এজন যুৱকক স্থানীয় ৰাইজে গছত বান্ধি প্ৰহাৰ কৰাৰ এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...

Read moreDetails
Page 1966 of 5935 1 1,965 1,966 1,967 5,935

Stay Connected

Recent News