• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

২০২৫ চনৰ চিভিচি বাৰ্ষিক প্ৰতিবেদনত কোৱা হৈছে যে বেংকৰ বিৰুদ্ধে সৰ্বাধিক অভিযোগ মুখ্য ভিজিলেঞ্চ বিষয়া (চিভিঅ’)ৰ ওচৰত দাখিল কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 3, 2026 4:12 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০,৫০০ৰো অধিক দুৰ্নীতিৰ অভিযোগ দাখিল হৈছিল।এই অভিযোগৰ শীৰ্ষত আছে বেংক আৰু ৰে’লৱে। কেন্দ্ৰীয় ভিজিলেঞ্চ কমিছনৰ এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে।

মুখ্য ভিজিলেন্স বিষয়াসকলৰ ওচৰত মুঠ ৭০,৫৮৪টা অভিযোগ দাখিল কৰা হয়। ইয়াৰে সংশ্লিষ্ট বছৰৰ ৩১ ডিচেম্বৰলৈকে ৬৪,৯০৫টা অভিযোগ নিষ্পত্তি কৰা হৈছিল। বাকী ৫৬৭৯টা অভিযোগ বিচাৰাধীন হৈ আছিল। ইয়াৰে ২০২টা অভিযোগ তিনিমাহতকৈ অধিক সময় ধৰি বিচাৰাধীন হৈ আছিল।

Apply Now

২০২৫ চনৰ চিভিচি বাৰ্ষিক প্ৰতিবেদনত কোৱা হৈছে যে বেংকৰ বিৰুদ্ধে সৰ্বাধিক অভিযোগ মুখ্য ভিজিলেঞ্চ বিষয়া (চিভিঅ’)ৰ ওচৰত দাখিল কৰা হৈছে। মুঠ ৯,৯৩৩ টা। ইয়াৰে ৯৫২০টা নিষ্পত্তি কৰা হৈছে। বিচাৰধীন অভিযোগৰ সংখ্যা ৪১৩টা। ইয়াৰে ৫২টা তিনিমাহতকৈ অধিক পুৰণি।

ইয়াৰ উপৰিও চিভিঅ’ৰ ওচৰত ৰে’লৱেৰ বিৰুদ্ধে ৯,৩৮১টা অভিযোগ দাখিল কৰা হয়। ইয়াৰে ৮,৭৫৪ টা নিষ্পত্তি কৰা হয়। ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে বিচাৰাধীন অভিযোগৰ সংখ্যা আছিল ৬২৭টা। গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল ৬,৫৩১টা।

যোৱা বছৰ লাভ কৰা অভিযোগৰ ভিতৰত ৪১১৮টা কয়লা খণ্ডত কৰ্মৰত শ্ৰমিকৰ সৈতে জড়িত, ৩১০৭টা বিত্ত খণ্ডত, ২৮০৪টা দিল্লী চৰকাৰৰ বিৰুদ্ধে আৰু ২৭২২টা পেট্ৰলিয়াম মন্ত্ৰালয়ৰ সৈতে জড়িত।

দিল্লী আৰক্ষীৰ বিৰুদ্ধে মুঠ ২৬৩৩খন এজাহাৰ দাখিল কৰা হয়। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ বিৰুদ্ধে ২,১৩৯, গৃহ মন্ত্ৰালয়ৰ বিৰুদ্ধে ২,০৩৬ টা অভিযোগ দাখিল হয়।

প্ৰতিবেদনত কোৱা হৈছে যে যোৱা বছৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ বিৰুদ্ধে ২৩০০টা, শ্ৰম মন্ত্ৰালয়ৰ বিৰুদ্ধে ১৮৯৪ টা, বীমা কোম্পানীৰ বিৰুদ্ধে ১৫৩৬টা আৰু দূৰসংযোগৰ সৈতে জড়িত ১৪৬৯ টা দুৰ্নীতিৰ অভিযোগ দাখিল কৰা হয়।

প্ৰতিবেদনত লগতে কোৱা হৈছে যে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিৰুদ্ধে মুঠ ১৪১০টা, গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ বিৰুদ্ধে ১১২৩টা, তীখা মন্ত্ৰালয়ৰ বিৰুদ্ধে ১০২৩টা আৰু ডাক বিভাগৰ বিৰুদ্ধে ১০০৩টা দুৰ্নীতিৰ অভিযোগ দাখিল কৰা হৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd