শীর্ষ সংবাদ

নৰৱেৰ স্বপ্নভংগ! জুড বেলিংহামৰ যাদুৰে ৮ বছৰৰ পাছত বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ড

ফিফা বিশ্বকাপৰ ইতিহাসত চতুৰ্থবাৰৰ বাবে ইংলেণ্ডে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এই সফলতাৰ কেন্দ্ৰবিন্দুত আছিল জুড বেলিংহাম। দুটাকৈ গ’ল দি তেওঁ...

Read moreDetails

৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

প্ৰেম, উদ্যম আৰু বিশ্বৰেকৰ্ড—এই তিনিওটাকে একেলগে সাঙুৰি ব্ৰাজিলৰ এহাল যুৱক-যুৱতীয়ে গঢ়িলে এক অভিনৱ কৃতিত্ব। ব্ৰাজিলৰ ৰেনাটো বায়মা গাইয়া (Renato Bayma...

Read moreDetails

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

বলৱৎকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে জীৱন সুৰক্ষা গোট আৰু ইয়াৰ সঞ্চালকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাইজৰ ধন আত্মসাৎ কৰাৰ অভিযোগত...

Read moreDetails

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

অসমৰ ৰাজধানীৰ অন্যতম গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰ অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানক সম্পূৰ্ণ নতুন ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰে...

Read moreDetails

সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

ভাৰতৰ সীমান্তৰ নিচেই ওচৰত ব্ৰহ্মপুত্ৰৰ উজনিত চীনে নিৰ্মাণ কৰি থকা বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্পটোৰ তলতে আছে এটা সক্ৰিয় ভূ  চ্যুতি...

Read moreDetails

প্ৰধানমন্ত্ৰী মোদীৰ নীৰৱতাক লৈ চিপিআইৰ প্ৰশ্ন, ৰাম মন্দিৰ অনুদান কেলেংকাৰীক কেন্দ্ৰ কৰি ৰাজনৈতিক চাপ বৃদ্ধি

অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টত অনুদান আত্মসাৎ আৰু বিত্তীয় অনিয়মৰ অভিযোগক কেন্দ্ৰ কৰি দেশজুৰি তীব্ৰ ৰাজনৈতিক বিতৰ্ক অব্যাহত...

Read moreDetails

ইডিয়ে বাজেয়াপ্ত কৰিলে ৰিলায়েন্স গোটৰ ১,০২১ কোটি টকাৰ সম্পত্তি

ৰিলায়েন্স গোটৰ লগত জড়িত থকা এটা ডাঙৰ বিত্তীয় খেলিমেলিৰ গোচৰত বলৱৎকৰণ সঞ্চালকালয় চমুকৈ ইডিয়ে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। সংস্থাটোৱে...

Read moreDetails

‎‘জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ’ : ঢাকাত ভাৰতৰ ভুল মানচিত্ৰ প্ৰদৰ্শনক লৈ আপত্তি ‎ভাৰতীয় কূটনীতিকৰ

বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা সভাত ভাৰতৰ ভুল মানচিত্ৰ প্ৰদৰ্শন কৰাক লৈ তীব্ৰ আপত্তি জনালে এগৰাকী ভাৰতীয় কূটনীতিকে।...

Read moreDetails

“হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকিলৈ আমি ভয় নকৰোঁ” :  সংবাদমেলযোগে মুখ্যমন্ত্ৰীক যোগ্য প্ৰত্যুত্তৰ এছ এফ আইৰ

শিল্পী আৰু ছাত্ৰ সংগঠনৰ বাক্‌স্বাধীনতা দমন কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিছে ভাৰতৰ...

Read moreDetails

প্ৰেমিকাক ৩৫ টুকুৰা কৰি ফ্ৰীজত ৰখা আফতাবে জেলৰ পৰাই দিব স্নাতকোত্তৰৰ পৰীক্ষা, সলনি হ’ল শুনানিৰ দিন

লিভ-ইন সংগী শ্ৰদ্ধা ৱাকাৰক হত্যা কৰি মৃতদেহটো ৩৫ টুকুৰা কৰি ফ্ৰীজত ৰখাৰ অভিযোগ উঠিছিল আফতাব পুনাৱালাৰ বিৰুদ্ধে। এই ভয়ংকৰ ঘটনাই...

Read moreDetails
Page 208 of 6055 1 … 207 208 209 … 6,055

Stay Connected

Recent News