শীর্ষ সংবাদ

পঢ়া-শুনাত একেবাৰেই মন নবহে? এইকেইটা ভুলৰ বাবেই শিক্ষাৰ্থীৰ জীৱনত অসম্পৰ্ণ হৈ ৰয় সাফল্য

পঢ়াশুনা কৰি কোনেনো ভাল পায়? কিতাপখন লৈ বহি থাকিলেও মনটো একেবাৰে বহি নাথাকে। আমাৰ বেছিভাগেই এনে সমস্যাৰ সন্মুখীন হয়। পৰীক্ষাৰ...

Read moreDetails

গ্ৰেপ্তাৰ হ’ল জোনমণি ৰাভাৰ বাহনত খুন্দিওৱা ট্ৰাক চালক

গ্ৰেপ্তাৰ হ'ল জোনমণি ৰাভাৰ বাহনত খুন্দিওৱা ট্ৰাক চালক সুমিত কুমাৰ পল। জানিব পৰা মতে সুমিত কুমাৰৰ ঘৰ উত্তৰ প্ৰদেশত। সুমিত...

Read moreDetails

বিশ্বৰ আটাইতকৈ পুৰণি হিব্ৰু বাইবেলখন নিলামত বিক্ৰী হ’ল ৩ কোটি ৮১ লাখ ডলাৰত

বিশ্বৰ আটাইতকৈ পুৰণি হাতে লিখা হিব্ৰু বাইবেলখন শেহতীয়াকৈ বিশ্বৰ নিলাম প্ৰতিষ্ঠান ছাডাভিছে নিলাম কৰিছে। নিউয়ৰ্ক চহৰত নিলামত ৩৮কোটি ১ লাখ...

Read moreDetails

এইবাৰ কোকৰাঝাৰত চলন্ত গাড়ীৰ ভিতৰতে ‘দলবদ্ধ ধৰ্ষণ’ ১৩ বছৰীয়া কিশোৰীক

কোকৰাঝাৰ জিলাত সংঘটিত হৈছে এক জঘণ্য ঘটনা। বৃহস্পতিবাৰে (১৮ মে’) আৰক্ষীয়ে জনোৱা মতে, কোকৰাঝাৰ জিলাত এগৰাকী ১৩ বছৰীয়া কিশোৰীক ‘দলবদ্ধ...

Read moreDetails

গুৱাহাটীত উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ সহকাৰী ৰাজ্যিক কৰ আয়ুক্ত

বৃহস্পতিবাৰে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে গুৱাহাটীত উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত হাতে লোটে ধৰি গ্ৰেপ্তাৰ কৰে...

Read moreDetails

ভাৰত মহাসাগৰত ডুবা চীনৰ জাহাজত আছিল ৩৯ জন লোক; সহায়ৰ বাবে ভাৰতে পঠিয়ালে যুদ্ধবিমান

দুদিন পূৰ্বে ভাৰত মহাসাগৰত ডুব গৈছিল চীনৰ এখন মাছ ধৰা জাহাজ। এই জাহাজখনত প্ৰায় ৩৯ জন লোক আছিল। ডুব যোৱাৰ...

Read moreDetails

সংঘাত জৰ্জৰিত মণিপুৰত শান্তিৰ আহ্বান গুৱাহাটীত অনুষ্ঠিত নাগৰিক সভাৰ

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত যোৱা কিছুদিন ধৰি মণিপুৰত কুকি-মেইটেই জনগোষ্ঠীৰ মাজত হৈ থকা নৃগোষ্ঠীয় সংঘাতক লৈ শান্তিৰ আহ্বানেৰে এখন নাগৰিক...

Read moreDetails

প্ৰেমৰ সংঘাত! বিয়াৰ ৰভাতলীতে নৱবিবাহিত দম্পতীৰ বিষপান; দৰাৰ মৃত্যু, কইনা আইচিইউত

আনন্দৰ পৰিৱেশৰ মাজতে মুহূৰ্ততে বিষাদেৰে ভৰি পৰিল ৰভাতলী। কাজিয়া আৰু অশান্তিৰ বাবে বিবাহগৃহত বহি থকা অৱস্থাতে নৱবিবাহিত দম্পতিয়ে বিষ পান...

Read moreDetails

ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ হত্যাকাণ্ড: ডাঃ সৰিতা তোছনিৱালৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে ২০১৪ চনৰ ৯ মে’ত সংঘটিত হোৱা ডাঃ সৰিতা তোছনিৱালৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত...

Read moreDetails

কুকুৰে মূৰটো কিয় হেলনীয়া কৰি ৰাখে? বিজ্ঞানীয়ে বিচাৰি উলিয়াইছে ইয়াৰ গোপন ৰহস্য

কুকুৰ প্ৰেমীসকলে নিজৰ পোহনীয়া কুকুৰৰ এটা এটা ভংগীমাত মন হেৰুৱাই পেলায়। বহুতে গোটেই দিনটো কেৱল নিজৰ কুকুৰৰ ৰং-ৰহইচ চাইয়েই কটায়...

Read moreDetails
Page 2123 of 5942 1 2,122 2,123 2,124 5,942

Stay Connected

Recent News