• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

'ৰাজহুৱা স্থানত প্ৰদৰ্শিত বিজ্ঞাপনত যাতে মহিলাৰ মৰ্যাদাৰ প্ৰতি লক্ষ্য ৰখাটো বিবেচনা কৰা হয়, সেইটো নিশ্চিত কৰাটো জৰুৰী।’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2026 11:33 am
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেট্ৰ’ৰ ভিতৰত এটা বিজ্ঞাপন। আৰু ইয়াক লৈয়ে চৰম বিতৰ্কৰ সৃষ্টি হৈছে। ইন্টাৰনেটত প্ৰতিক্ৰিয়াৰ জোৱাৰ। চেন্নাই মেট্ৰ’ৰ এটা ডবাত থকা সেই বিজ্ঞাপনৰ পোষ্টাৰখনো ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

সেই বিজ্ঞাপনটোত কি লিখা আছে? ইয়াত লিখা আছে, ‘গাৰ্লফ্ৰেণ্ডে হয়তো ০% সুত দিয়ে, আৰু আমাৰ এফ ডিয়ে দিয়ে ১৪.৪%’।

এই বিজ্ঞাপনটো THECOS নামৰ এখন সমবায় ক্ৰেডিট ছ’চাইটিৰ ফিক্সড ডিপ’জিট আঁচনিৰ প্ৰচাৰৰ বাবে দিয়া হৈছিল। ৰাজহুৱা পৰিবহণৰ ভিতৰত এনে বিজ্ঞাপন প্ৰদৰ্শনৰ অনুমতি দিয়াৰ ক্ষেত্ৰতো থাংগাপাণ্ডিয়ানে চেন্নাই মেট্ৰ’ কৰ্তৃপক্ষৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিছে।

Apply Now

সমবায় সমিতিখনে চেন্নাই মেট্ৰ’ ৰে’লৰ ভিতৰত বিজ্ঞাপনটো দিছে। ইতিমধ্যে ডি এম কেৰ সাংসদ থামিজাচি থাংগাপাণ্ডিয়ানে বিজ্ঞাপনটোৰ বাৰ্তাক ‘অতি আপত্তিজনক’ আৰু মহিলাৰ প্ৰতি অসন্মানজনক বুলি অভিহিত কৰিছে।

ছ’চিয়েল মিডিয়াত এটা পোষ্টত থাংগাপাণ্ডিয়ানে লিখিছে, ‘চেন্নাই মেট্ৰ’ ৰে’লৰ ভিতৰত এটা বিজ্ঞাপন প্ৰদৰ্শিত হৈছে যিয়ে নাৰীক হেয়জ্ঞান কৰি তেওঁলোকক উপভোগৰ বস্তু হিচাপে চিত্ৰিত কৰিছে—এয়া অতি চিন্তনীয়। ৰাজহুৱা স্থানত প্ৰদৰ্শিত বিজ্ঞাপনত যাতে মহিলাৰ মৰ্যাদাৰ প্ৰতি লক্ষ্য ৰখাটো বিবেচনা কৰা হয়, সেইটো নিশ্চিত কৰাটো জৰুৰী।’

তেওঁ পোষ্টটোত লিখিছে যে চেন্নাই মেট্ৰ’ ৰে’ল কৰ্তৃপক্ষই বিজ্ঞাপনটো আঁতৰোৱাৰ কথা চিন্তা কৰিব লাগে। থামিজাচি থাংগাপাণ্ডিয়ানেও লিখিছে যে প্ৰতিদিনে লাখ লাখ লোকে চেন্নাই মেট্ৰ’ ব্যৱহাৰ কৰে। তেওঁ কয় যে এনে বাৰ্তা কঢ়িয়াই অনা বিজ্ঞাপনে জনমানসত প্ৰভাৱ পেলাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd