• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

অধ্যক্ষই বিৰোধী ডি এম কেৰ বিধায়কসকলক বাহিৰলৈ উলিয়াই দিবলৈ নিৰ্দেশ দিবলৈ বাধ্য হয়। ফলত তীব্ৰ হুলস্থুলৰ সৃষ্টি হয় ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2026 2:19 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ পূৰ্বৰ ডি এম কে চৰকাৰ দুৰ্নীতিৰ সৈতে জড়িত আছিল। চৰকাৰী প্ৰকল্পৰ আৱন্টনৰ বিনিময়ত ঠিকাদাৰে ‘পাৰ্টি ফাণ্ড’লৈ ৭-১০ শতাংশ ধন দিবলগীয়া হৈছিল। কালি বিধানসভাত বৰ্তমানৰ মুখ্যমন্ত্ৰী বিজয়ে এনে অভিযোগ উত্থাপন কৰে। আনকি তেওঁ প্ৰয়াত নেতা মুৰাচলি মৰাণৰ নামো উল্লেখ কৰিছিল। মুখ্যমন্ত্ৰীয়ে নিজৰ দাবীৰ সমৰ্থনত বলবৎকাৰী সঞ্চালকালয় (ইডি) আৰু অন্যান্য নথি-পত্ৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে।

তেওঁৰ এই মন্তব্যক কেন্দ্ৰ কৰি অধিবেশন উত্তাল হৈ পৰে। যাৰ প্ৰভাৱ আজি মঙলবাৰেও দেখা গ’ল। অধ্যক্ষই বিৰোধী ডি এম কেৰ বিধায়কসকলক বাহিৰলৈ উলিয়াই দিবলৈ নিৰ্দেশ দিবলৈ বাধ্য হয়। ফলত তীব্ৰ হুলস্থুলৰ সৃষ্টি হয় ।

মঙলবাৰে বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে সদনৰ মাজভাগলৈ নামি আহে ডি এম কেৰ বিধায়কসকল। শ্লোগান দি থাকে। কালি মুখ্যমন্ত্ৰীয়ে কৰা বিতৰ্কিত মন্তব্য বিধানসভাৰ কাৰ্য্যবিৱৰণীৰ পৰা আঁতৰাই পেলাবলৈ দাবী জনায় বিৰোধীয়ে। তাৰ পাছত শাসকীয় টিভিকেৰ বিধায়কসকলে ইয়াৰ প্রত্যুত্তৰত শ্ল’গান দিয়াত এক বৃহৎ হুলস্থুলৰ সৃষ্টি হয়৷

Apply Now

আজি মুখ্যমন্ত্ৰী বিজয়ৰ হৈ বিতৰ্কত নামে ৰাজ্যিক আইন মন্ত্ৰী আৰ নিৰ্মল কুমাৰ। চৰকাৰী আয়োগৰ প্রতিবেদন আৰু ইডিৰ নথিৰ আধাৰত মুখ্যমন্ত্রীয়ে এই মন্তব্য কৰিছে বুলিও তেওঁ কয়৷ কেৱল সেয়াই নহয়, দুৰ্নীতিৰ অভিযোগত তেওঁৱো ডি এম কেক আক্ৰমণ কৰে। স্বাভাৱিকতে অসন্তুষ্ট ডি এম কেৰ বিধায়কসকলে শ্লোগান দিবলৈ আৰম্ভ কৰিলে।

ইপিনে, অধ্যক্ষ জেচিডি প্ৰভাকৰে বিধানসভাৰ কার্যবিৱৰণীৰ পৰা মুখ্যমন্ত্রীৰ বক্তব্য ‘বাদ দিয়া’ৰ দাবী নাকচ কৰে৷ লগতে ডি এম কেৰ বিধায়কসকলক নিজৰ আসনলৈ ঘূৰি যাবলৈ অনুৰোধ জনায়। ইয়াৰ পিছতো কোনো লাভ নহ’ল। বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো ডি এম কেৰ বিধায়কসকল ঘূৰি নগ’ল। এনে পৰিস্থিতিত তেওঁলোকক সদনৰ পৰা উলিয়াই দিবলৈ মাৰ্শ্বালসকলক অধ্যক্ষই নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd